ETV Bharat / international

পাকিস্তানত প্ৰৱেশ কৰা নাই ভাৰতীয় ছাবমেৰিনঃ নৌসেনাৰ দাবী

author img

By

Published : Mar 6, 2019, 1:48 PM IST

পাক নৌসেনাৰ অভিযোগ অস্বীকাৰ ভাৰতৰ

ভাৰতৰ জলসীমা উলংঘাৰ অভিযোগ

নিউজডেস্ক,৬মাৰ্চ: ভাৰত-পাক সম্পৰ্কৰ অৱনতিৰ সময়তে মঙলবাৰে ভাৰতীয় নৌসেনাৰ এখন ছাৱমেৰিনে সাগৰীয় সীমা উলংঘাকৰি পাকিস্তানী এলেকাত প্ৰৱেশ কৰাৰ কথাপাকিস্তানৰ নৌসেনাই দাবী কৰিছে যদিও এই কথা অস্বীকাৰ কৰিছে ভাৰতীয় সৌসেনাই। পাক নৌসেনাৰ এজন মুপখপত্ৰই অভিযোগ কৰামতে পাকিস্তানে যুদ্ধৰ পৰিৱৰ্তে শান্তি বিচাৰে বাবে ভাৰতীয় ছাৱমেৰিনখন আক্ৰমণৰ পৰা বিৰত থাকি সেইস্থানৰ পৰা আঁতৰাই পঠিয়ায়।

কিন্তু এই অভিযোগ নাকচ কৰিছে ভাৰতীয় নৌসেনাই । ভাৰতীয় কোনো ছাৱমেৰিনেই আন্তঃৰাষ্ট্ৰীয় সাগৰীয় সীমা উলংঘাকৰা নাই । পাকিস্তানে উত্থাপন কৰা ছাৱমেৰিনৰ বিষয়টো ভিত্তিহীন বুলি ভাৰতীয় নৌসেনাৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে।

"জলসীমা উলংঘা কৰি ভাৰতীয় ছাৱমেৰিন পাক এলেকাত"- পাক নৌসেনা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.