নিউজ ডেস্ক, 7 আগষ্টঃ জম্মু কাশ্মীৰৰ বিশেষ ৰাইজৰ অধিকাৰ নতুন দিল্লীয়ে কৰ্তন কৰাৰ পিছতে ভাৰত-পাক কূটনৈতিক সম্পৰ্কৰ অৱনতি ঘটিছে ৷ পাকিস্তানে ভাৰতৰ পৰা প্ৰত্যাহাৰ কৰিলে ভাৰতস্থিত কূটনৈতিক বিষয়া ৷ ইছলামাবাদত হোৱা এক বৈঠকত এই সিদ্ধান্ত লয় পাকিস্তানে ৷ ইয়াৰ লগতে পাকিস্তানে কাশ্মীৰৰ লগত কোনো ধৰণৰ বাণিজ্যক সম্পৰ্ক নৰখাৰ কথা স্পষ্ট কৰে ৷ ইয়াৰ ওপৰিও পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বিয়ে এই কথা স্পষ্ট কৰে যে ,পাকিস্তানে ভাৰতৰ পৰা তেঁওলোকৰ ৰাষ্ট্ৰদূতক প্ৰত্যাহাৰ কৰিব আৰু ভাৰতৰ পাকিস্তানত থকা ৰাষ্ট্ৰদূতক পাকিস্তানৰ পৰা ওভতাই পঠাব ৷
370 বাতিলঃ পাকিস্তানে প্ৰত্যাহাৰ কৰিলে ভাৰতস্থিত কূটনৈতিক বিষয়া
পাকিস্তানে ভাৰতৰ পৰা প্ৰত্যাহাৰ কৰিলে ভাৰতস্থিত কূটনৈতিক বিষয়া ৷ ইছলামাবাদত হোৱা এক বৈঠকত এই সিদ্ধান্ত লয় পাকিস্তানে ৷
নিউজ ডেস্ক, 7 আগষ্টঃ জম্মু কাশ্মীৰৰ বিশেষ ৰাইজৰ অধিকাৰ নতুন দিল্লীয়ে কৰ্তন কৰাৰ পিছতে ভাৰত-পাক কূটনৈতিক সম্পৰ্কৰ অৱনতি ঘটিছে ৷ পাকিস্তানে ভাৰতৰ পৰা প্ৰত্যাহাৰ কৰিলে ভাৰতস্থিত কূটনৈতিক বিষয়া ৷ ইছলামাবাদত হোৱা এক বৈঠকত এই সিদ্ধান্ত লয় পাকিস্তানে ৷ ইয়াৰ লগতে পাকিস্তানে কাশ্মীৰৰ লগত কোনো ধৰণৰ বাণিজ্যক সম্পৰ্ক নৰখাৰ কথা স্পষ্ট কৰে ৷ ইয়াৰ ওপৰিও পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বিয়ে এই কথা স্পষ্ট কৰে যে ,পাকিস্তানে ভাৰতৰ পৰা তেঁওলোকৰ ৰাষ্ট্ৰদূতক প্ৰত্যাহাৰ কৰিব আৰু ভাৰতৰ পাকিস্তানত থকা ৰাষ্ট্ৰদূতক পাকিস্তানৰ পৰা ওভতাই পঠাব ৷
370 বাতিলঃ পাকিস্তানে প্ৰত্যাহাৰ কৰিলে ভাৰতস্থিত কূটনৈতিক বিষয়া
নিউজ ডেস্ক, 7 আগষ্টঃ জম্মু কাশ্মীৰৰ বিশেষ ৰাইজৰ অধিকাৰ নতুন দিল্লীয়ে কৰ্তন কৰাৰ পিছতে ভাৰত-পাক কূটনৈতিক সম্পৰ্কৰ অৱনতি ঘটিছে ৷ পাকিস্তানে ভাৰতৰ পৰা প্ৰত্যাহাৰ কৰিলে ভাৰতস্থিত কূটনৈতিক বিষয়া ৷ ইছলামাবাদত হোৱা এক বাঠকত এই সিদ্ধান্ত লয় পাকিস্তানে ৷
উল্লেখ্য যে, সোমবাৰে ভআৰত চৰকাৰে ধাৰা 370 বাতিল কৰিছিলে যাৰ ফলত জম্মু, কাশ্মীৰ আৰু লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্য্যাদা প্ৰদান কৰা হৈছিল ৷