ETV Bharat / international

মোবাইল অথবা ফেছবুক একাউন্টৰ অবিহনে ফেছবুক লাইভৰ ব্যৱস্থা - Android ব্যৱহাৰকাৰীক এই সুবিধা প্ৰদান

মোবাইল অথবা ফেছবুক একাউন্টৰ অবিহনে শুনিব পাৰিব ফেছবুক লাইভ ৷

মোবাইল অথবা ফেছবুক একাউন্টৰ অবিহনে ফেছবুক লাইভৰ ব্যৱস্থা

author img

By

Published : Mar 28, 2020, 9:10 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 28 মাৰ্চ : কোভিড-19ৰ ফলত সমগ্ৰ বিশ্বতে ল'কডাউন ঘোষণা কৰাৰ ফলত লাইভ ভিডিঅ'ৰ প্ৰতি সকলোৰে সঁহাৰি দেখা গৈছে ৷ এনে পৰিস্থিতিত ফেছবুক ব্যৱহাৰ নকৰা সকললৈও ফেছবুকে আগবঢ়াইছে এক বিশেষ সুবিধা ৷ পূৰ্বে কম্পিউটাৰৰ জৰিয়তেহে ফেছবুক ব্যৱহাৰ নকৰাসকলে লাইভ উপভোগ কৰিব পাৰিছিল যদিও বৰ্তমান ফোনতো এই সুবিধা প্ৰদান কৰা হৈছে ৷

Android ব্যৱহাৰকাৰী সকলক ইতি্মধ্যেই এই সুবিধা প্ৰদান কৰাৰ লগতে iOS ব্যৱহাৰকাৰী সকলেও অহা সপ্তাহৰ ভিতৰত এই সুবিধা লাভ কৰিব পাৰিব বুলি জানিব পৰা গৈছে ৷

'Public Switch Telephone Network' ৰ জৰিয়তে টল ফ্ৰী নম্বৰৰ জৰিয়তেও লাইভ শুনিব পাৰিব বুলি ফেছবুকে জানিবলৈ দিয়ে ৷

কেৱল অডিঅ'ৰ মাধ্যমেৰেও এই ফেছবুক লাইভ শুনিব পৰা যাব ৷

এই সময়ছোৱাত ফেছবুক ব্যৱহাৰকাৰীৰ সংখ্যা পূৰ্বতকৈ 70 শতাংশ বৃদ্ধি পালে বুলিও তথ্য প্ৰদান কৰিছে ৷

ইয়াৰোপৰি,ইন্টাৰনেটৰ আন্তঃগাঁথনিত কোনো খামখেয়ালি সৃষ্টি নহ'বৰ বাবে ফেছবুক আৰু ইনষ্টাগ্ৰামে মঙলবাৰে ভাৰত আৰু লেটিন আমেৰিকাত ভিডিঅ' কোৱালিটি হ্ৰাস কৰাৰ কথাও ঘোষণা কৰিছে ৷

আৰু পঢ়ক : COVID-19ত আক্ৰান্তক সমাজৰ পৰা পৃথক নকৰিবলৈ আহ্বান শচীন তেণ্ডুলকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.