ETV Bharat / international

অচলৱস্থা সমাপ্ত কৰাৰ বাবে আফগান ৰাজনৈতিক নেতাই কৰা চুক্তিক আদৰণি NATO প্ৰধানৰ - আফগান ৰাষ্ট্ৰপতি মহম্মদ আশ্ৰাফ ঘাণি

আফগান ৰাষ্ট্ৰপতি মহম্মদ আশ্ৰাফ ঘাণি আৰু তেওঁৰ প্ৰতিদ্বন্দ্বী আবদুল্লাহ আবদুল্লাহ, যিয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয়ী বুলি দাবী কৰিছে তেওঁলোকে দেওবাৰে ৰাজনৈতিক অচলাবস্থাৰ অৱসান ঘটাবলৈ এক চুক্তি কৰিছে । এই চুক্তিমতে আশ্ৰাফ ঘাণিয়েই ৰাষ্ট্ৰপতি হৈ থাকিব ।

উত্তৰ আটলাণ্টিক চুক্তি সংস্থা
অচলৱস্থা সমাপ্ত কৰাৰ বাবে আফগান ৰাজনৈতিক নেতাই কৰা চুক্তিক আদৰণি NATO প্ৰধানৰ
author img

By

Published : May 18, 2020, 6:30 PM IST

নিউজ ডেস্ক, 18 মে': উত্তৰ আটলাণ্টিক চুক্তি সংস্থা (NATO)ই আদৰণি জনাইছে আফগানিস্তাৰ ৰাজনৈতিক নেতাই ৰাজনৈতিক অচলাৱস্থা অৱসান ঘটাবলৈ কৰা চুক্তিক ।

  • The Political Agreement between President Ghani and Dr. Abdullah Abdullah has just been signed. Dr. Abdullah will lead the National Reconciliation High Council and members of his team will be included in the cabinet. Details will be aired shortly by RTA. pic.twitter.com/VZ95m5DfJq

    — Sediq Sediqqi (@SediqSediqqi) May 17, 2020 " class="align-text-top noRightClick twitterSection" data=" ">
  • I welcome the decision by #Afghanistan’s political leaders to resolve their differences & join efforts to form an inclusive government. #NATO remains committed to supporting Afghanistan build lasting peace. Read my statement: https://t.co/NAy71WFBXN

    — Jens Stoltenberg (@jensstoltenberg) May 17, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

যোৱা বৰ্ষত অনুষ্ঠিত হোৱা আফগানিস্তানৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পাচতেই সৃষ্টি হৈছিল এই অচলাবস্থা । ইয়াৰ প্ৰায় এবছৰ পাচত আফগান ৰাষ্ট্ৰপতি মহম্মদ আশ্ৰাফ ঘাণি আৰু তেওঁৰ প্ৰতিদ্বন্দ্বী আবদুল্লাহ আবদুল্লাহ, যিয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয়ী বুলি দাবী কৰি আহিছিল, তেওঁলোকে দেওবাৰে ৰাজনৈতিক অচলাবস্থাৰ অৱসান ঘটাবলৈ এক চুক্তি কৰিছে । এই চুক্তি অনুসৰি আশ্ৰাফ ঘাণিয়েই ৰাষ্ট্ৰপতি হৈ থাকিব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.