ETV Bharat / international

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য - COVID-19

2,43,32,280 তকৈয়ো অধিক লোকলৈ অতিক্ৰম কৰিলে সমগ্ৰ বিশ্বতে কৰ'ণা মহামাৰীৰ সংক্ৰমণে ৷ অৱশ্যে বৰ্তমানলৈ 16,873,307 তকৈয়ো অধিক লোকে এই মহামাৰীৰ কবলৰ পৰা অব্যাহতি লাভ কৰিছে ৷

বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য
বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য
author img

By

Published : Aug 27, 2020, 7:20 PM IST

নিউজ ডেস্ক, 27 আগষ্ট: সমগ্ৰ বিশ্বতে কৰ'ণা মহামাৰীৰ সংক্ৰমণে অতিক্ৰম কৰিলে মুঠ 2,43,32,280 তকৈয়ো অধিক লোকলৈ ৷ ইয়াৰ লগতে বিশ্বত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা লোকৰ সংখ্যাও বৃদ্ধি পালে 8,29,666 গৰাকীলৈ ৷ অৱশ্যে বৰ্তমানলৈ 16,873,307 তকৈয়ো অধিক লোকে এই মহামাৰীৰ কবলৰ পৰা অব্যাহতি লাভ কৰিছে ৷

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

বিগত 24 ঘণ্টাত দক্ষিণ কোৰিয়াত নতুনকৈ 441 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণা মহামাৰীৰ অৱস্থিতি ৷ যিটো বৰ্তমানলৈ এটা দিনতে দেশখনৰ ভিতৰত পোৱা আক্ৰান্তৰ সংখ্যাৰ ভিতৰত সৰ্বাধিক বুলি জানিব পৰা গৈছে ৷

ভাৰতত বিগত 24 ঘণ্টাৰ ভিতৰত বৰ্তমানলৈ আটাইতকৈ অধিক 75,760 গৰাকী লোক এই মহামাৰীত আক্ৰান্ত হৈছে ৷ যাৰ ফলত দেশখনত আক্ৰান্তৰ সংখ্যা 3.3 মিলিয়নতকৈয়ো অধিকলৈ বৃদ্ধি পাইছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জানিবলৈ দিয়ে এই কথা ৷

আনহাতে অষ্ট্ৰেলিয়াৰ হটস্পট ভিক্টোৰিয়াত বিগত 8 সপ্তাহত নতুন আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে ৷

লগতে পঢ়ক: পাকিস্তানৰ মিছা দাবীক খণ্ডন ভাৰতৰ, ৰাষ্ট্ৰসংঘলৈ ভাৰতৰ পত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.