ETV Bharat / international

বিশ্বৰ ভিন্ন দেশত কৰ'ণা মহামাৰীৰ সাম্প্ৰতিক পৰিসংখ্যা

author img

By

Published : Aug 10, 2020, 11:54 AM IST

10 আগষ্টলৈ সমগ্ৰ বিশ্বতে কৰ'ণা মহামাৰীৰ সংক্ৰমণে অতিক্ৰম কৰিলে 2,00,16,302 গৰাকীতকৈয়ো অধিক লোকলৈ ৷ কৰ'ণা মহামাৰীৰ সংক্ৰমণ ক্ৰমবৰ্ধমানভাৱে বৃদ্ধি পাবলৈ ধৰিছে দক্ষিণ আফ্ৰিকাত ৷

কৰ'ণা মহামাৰীৰ সাম্প্ৰতিক পৰিসংখ্যা
কৰ'ণা মহামাৰীৰ সাম্প্ৰতিক পৰিসংখ্যা

ইণ্টাৰনেশ্যনেল ডেস্ক, 10 আগষ্ট: শেহতীয়াকৈ সমগ্ৰ বিশ্বজুৰি মুঠ 2,00,16,302 গৰাকীতকৈয়ো অধিক লোকলৈ সংক্ৰমণ ঘটে কৰ'ণা ভাইৰাছ মহামাৰীৰ ৷ এই মহামাৰীৰ ফলত বিশ্বৰ 7,33,592 তকৈয়ো অধিক লোকে মৃত্যুক সাৱটি লৈছে ৷ অৱশ্যে 1,28,92,074 তকৈয়ো অধিক লোকে ইতিমধ্যে এই মহামাৰীৰ কবলৰ পৰা অব্যাহতি লাভ কৰিছে ৷

বিশ্বৰ ভিন্ন দেশত কৰ'ণা মহামাৰীৰ সাম্প্ৰতিক পৰিসংখ্যা
বিশ্বৰ ভিন্ন দেশত কৰ'ণা মহামাৰীৰ সাম্প্ৰতিক পৰিসংখ্যা

আফ্ৰিকাৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই উল্লেখ কৰা প্ৰতিবেদন অনুসৰি, দেশখনত কৰ'ণা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছে 5,00,000 ৰ সীমা ৷

দক্ষিণ আফ্ৰিকাত কৰ'ণা মহামাৰীত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা লোকৰ সংখ্যা 10,000 গৰাকীলৈ বৃদ্ধি পাইছে ৷

জুনৰ অন্তত ব্ৰিটেইনত পোনপ্ৰথম বাৰৰ বাবে এদিনতে নতুনকৈ 1,000 তকৈয়ো অধিক লোকৰ দেহত কৰ'ণা মহামাৰীৰ অৱস্থিতি পোৱা গৈছে ৷

লগতে পঢ়ক: ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.