ETV Bharat / international

সন্ত্ৰাসবাদী কাৰ্যকলাপ বন্ধ কৰিবলৈ পাকিস্তানক অক্টোবৰলৈ সময়সীমা - অক্টোবৰ

প্ৰাক্তন ৰাষ্ট্ৰদূত অ’ পি গুপ্তাই ই টি ভি ভাৰতৰ এক সাক্ষাৎকাৰত জানিবলৈ দিয়ে যে, নিজৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ পাকিস্তানক ৰক্ষনাবেক্ষণ দি আহিছে চীনে  ৷ ৰঙা চীনে, নিজৰ ব্যৱসায়িক ক্ষতি হোৱাকৈ চীন-পাকিস্তানৰ ইক'নমিক কৰিড'ৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণ হোৱাতো কোনো পৰিস্থিতিতে নিবিচাৰে যাৰ বাবে দেশখনে সন্ত্ৰাসবাদৰ বিৰুদ্ধে পাকিস্তানৰ ওপৰত কোনো হেঁচা প্ৰয়োগ কৰা নাই ৷

সন্ত্ৰাসবাদী কাৰ্যকলাপ বন্ধ কৰিবলৈ পাকিস্তানক অক্টোবৰলৈ সময়সিমা
author img

By

Published : Jun 23, 2019, 4:02 PM IST

নিউজ ডেস্ক, 22 জুন: বন্ধু ৰাষ্ট্ৰ চীন, তুৰস্ক আৰু মালেচিয়াৰ সহায়ত ফাইনেঞ্চিয়েল এক্সন টাস্ক ফৰ্চৰ ব্লেক লিষ্টত অন্তৰ্ভুক্ত হোৱাৰ পৰা বিৰত আছে পাকিস্তান ৷ প্ৰাক্তন ৰাষ্ট্ৰদূত অ’ পি গুপ্তাই ই টি ভি ভাৰতৰ এক সাক্ষাৎকাৰত জানিবলৈ দিয়ে যে, নিজৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ পাকিস্তানক ৰক্ষনাবেক্ষণ দি আহিছে চীনে ৷ ৰঙা চীনে, নিজৰ ব্যৱসায়িক ক্ষতি হোৱাকৈ চীন-পাকিস্তানৰ ইক'নমিক কৰিড'ৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণ হোৱাতো কোনো পৰিস্থিতিতে নিবিচাৰে যাৰ বাবে দেশখনে সন্ত্ৰাসবাদৰ বিৰুদ্ধে পাকিস্তানৰ ওপৰত কোনো হেঁচা প্ৰয়োগ কৰা নাই ৷ তুৰস্ক আৰু মালেচিয়াৰ কথা উল্লেখ কৰি কয় যে, দুয়োখন দেশ ইছলামিক ৰাষ্ট্ৰ হোৱাৰ বাবে দেশখনৰ ওপৰত হেঁচা প্ৰয়োগ কৰা নাই ৷

সন্ত্ৰাসবাদী কাৰ্যকলাপ বন্ধ কৰিবলৈ পাকিস্তানক অক্টোবৰলৈ সময়সিমা
ভাৰতৰ স্থিতিৰ শলাগ লৈ প্ৰাক্তন ৰাষ্ট্ৰদূত গৰাকীয়ে কয় যে, পাকিস্তানৰ ওপৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ বন্ধ কৰিবলৈ হেঁচা প্ৰয়োগ নকৰিলে দেশখনে কেতিয়াও এই কাৰ্যসমূহ বন্ধ নকৰে ৷ ভাৰতৰ ফাইনেঞ্চিয়েল ইণ্টেলিজেঞ্চৰ গোটটোৱে হাফিজ চয়িডৰ ফালাহ-এ-ইনচানিয়ত ফাউণ্ডেচনৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ নতুন তথ্য আগবঢ়াই দেশখনক অক্টোবৰ 2019লৈ এই সকলো কাৰ্য বন্ধ কৰিবলৈ সময়সীমা বান্ধি দিছে ৷ এই কাৰ্যসমূহ বন্ধ নকৰিলে দেশখনক ফাইনেঞ্চিয়েল টাস্ক ফৰ্চৰ পৰা ব্লেক লিষ্ট কৰা হ’ব ৷

বন্ধুৰাষ্ট্ৰৰ সহায়ত ফাইনেঞ্চিয়েল এক্সন টাস্ক ফৰ্চৰ ব্লেক লিষ্টতত অন্তৰ্ভুক্ত হোৱাৰ পৰা বিৰত আছে পাকিস্তান ৷

Intro:With the help of its all weather China and traditional allies Turkey & Malaysia, Pakistan has survived of not getting placed in the Financial Action Task Force's blacklist for now.

Body:Former Ambassador OP Gupta while talking exclusively to ETV Bharat claimed, 'China has been protecting its own investment in Pakistan. They don't want that terrorist groups to attack China-Pakistan Economic Corridor.'

Regarding Turkey and Malaysia's support to Pakistan at the Financial Action Task Force's plenary meet, OP Gupta who had served over three decades in Foreign Service said, ' Both Turkey and Malaysia are Islamic Republics that's why they are protecting Pakistan.'

Conclusion:OP Gupta hailed India's tactic against Pakistan saying that they should keep putting the pressure on it until they stop harbouring terror groups on their soil.

On Friday, the Indian delegation headed by Financial Intelligence unit head PK Mishra, stressed for Pakistan's blacklisting and provided fresh evidence on the role of Hafiz Saeed's Falah-e-Insaniyat Foundation.

Now, the Financial Task Force has ordered Pakistan to complete its acion plan October 2019 or it will be blacklisted.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.