ETV Bharat / international

শ্ৰীলংকা বিস্ফোৰণঃ আৰক্ষীৰ অভিযানত নিহত 15 - etv assam

সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা অট্টালিকাটোৰ পৰা আই এছ আই এছৰৰ ইউনিফৰ্ম আৰু পতাকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে শ্ৰীলংকা আৰক্ষীয়ে৷ অট্টালিকাটো বোমা নিৰ্মাণ কৰিবলৈ আই এছ আই এছে ব্যৱহাৰ কৰিছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে৷

শ্ৰীলংকা বিস্ফোৰণ
author img

By

Published : Apr 27, 2019, 12:44 PM IST

নিউজ ডেস্ক, 27 এপ্ৰিল : শ্ৰীলংকাত আৰক্ষী আৰু সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলিৰ ঘটনা ৷ আৰক্ষীৰ গুলীত নিহত 15 জনকৈ লোক ৷ নিহতসকলৰ মাজত আছে ছগৰাকীকৈ শিশু৷

শ্ৰীলংকাৰ কালমুনাই চহৰত শুকুৰবাৰে সংঘটিত হয় এই ঘটনা ৷ ইষ্টাৰ চানডেত সংঘটিত হোৱা শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ অভিযান অব্যাহত ৰখাৰ সময়তে আৰক্ষীৰ হাতত লাগে এটা অট্টালিকাত সন্ত্ৰাসবাদীৰ আত্মগোপন কৰি থকাৰ তথ্য ৷ এই তথ্যৰ ভিত্তিতেই আৰক্ষীয়ে অভিযান চলোৱাত সন্ত্ৰাসবাদী আৰু আৰক্ষীৰ মাজত সংঘটিত হয় তুমুল গুলীবৰ্ষণ ৷ গুলীয়াগুলিৰ মাজতে আৰক্ষীলৈ তিনিটাকৈ বোমাও নিক্ষেপ কৰে সন্ত্ৰাসবাদীয়ে ৷ এই সংঘৰ্ষত মৃত্যুক সাবটে 15 জনকৈ লোকে ৷ ইয়াৰ ভিতৰত ছজন সন্ত্ৰাসবাদী আৰু আন ছজন শিশু বুলি জানিব পৰা গৈছে৷ আনহাতে, এতিয়াও চিনাক্তকৰণ হোৱা নাই সংঘৰ্ষত নিহত আন তিনিজন লোকৰ পৰিচয় ৷

Srilanka: 15 killed in police raid at suspected terrorists' house

শ্ৰীলংকা বিস্ফোৰণ : আৰক্ষীৰ হাতত নিহত 15 জনকৈ লোক

নিহত কেইজনৰ ভিতৰত ছজন সন্ত্ৰাসবাদী বুলি সন্দেহ শ্ৰীলংকা আৰক্ষীৰ৷ 

নিউজ ডেস্ক, 27 এপ্ৰিল : শ্ৰীলংকাত আৰক্ষী আৰু সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ মাজত গুলিয়াগুলীৰ ঘটনা৷ আৰক্ষীৰ গুলীত নিহত 15 জনকৈ লোক৷ নিহত সকলৰ মাজত আছে ছগৰাকীকৈ শিশু৷ 

শ্ৰীলংকাৰ কালমুনাই চহৰত শুকুৰবাৰে সংঘটিত হয় এই ঘটনা৷ ইষ্টাৰ চানডেত সংঘটিত হোৱা শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ অভিযান অব্যাহত ৰখাৰ সময়তে আৰক্ষীৰ হাতত লাগে এটা অট্টালিকাত সন্ত্ৰাসবাদীৰ আত্মগোপন কৰি থকাৰ তথ্য৷ এই তথ্যৰ ভিত্তিতেই আৰক্ষীয়ে অভিযান চলোৱাত সন্ত্ৰাসবাদী আৰু আৰক্ষীৰ মাজত সংঘটিত হয় তুমুল গুলীবৰ্ষণ৷ গুলিয়াগুলীৰ মাজতে আৰক্ষীলৈ  তিনিটাকৈ বোমাও নিক্ষেপ কৰে সন্ত্ৰাসবাদীয়ে৷ এই সংঘৰ্ষত  মৃত্যুক সাৱটে 15 জনকৈ লোকে৷ ইয়াৰ ভিতৰত ছজন সন্ত্ৰাসবাদী আৰু আন ছজন শিশু বুলি জানিব পৰা গৈছে৷ আনহাতে, এতিয়াও চিনাক্তকৰণ হোৱা নাই সংঘৰ্ষত নিহত আন তিনিজন লোকৰ পৰিচয়৷ 

সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা অট্টালিকাটোৰ পৰা আইচিচৰ ইউনিফৰ্ম আৰু পতাকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে শ্ৰীলংকা আৰক্ষীয়ে৷ অট্টালিকাটো বোমা নিৰ্মাণ কৰিবলৈ আইচিচে ব্যৱহাৰ কৰিছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.