ETV Bharat / international

কৰ'ণাভাইৰাছত আক্ৰান্ত 1,716 চীনা চিকিৎসা কৰ্মী

author img

By

Published : Feb 14, 2020, 10:15 PM IST

কৰ'ণাভাইৰাছত আক্ৰান্ত হৈছে 1,716 চীনা চিকিৎসা কৰ্মী ৷ ইয়াৰে ছয়জন লোকে মৃত্যুক সাৱটি লোৱা বুলি তথ্য প্ৰদান কৰিছে চীনৰ স্বাস্থ্য বিভাগে ৷

চীনৰ স্বাস্থ্য বিভাগ
কৰ'ণাভাইৰাছত আক্ৰান্ত 1,716 চীনা চিকিৎসা কৰ্মী

ইন্টাৰনেশ্যনেল ডেস্ক, 14 ফেব্ৰুৱাৰী : শুকুৰবাৰে চীনৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, 1,716 চীনা চিকিৎসা কৰ্মী মাৰাত্মক কৰ'ণাভাইৰাছত আক্ৰান্ত হৈছে ৷ ইয়াৰে ছয়জন লোকে মৃত্যুক সাৱটি লোৱা বুলিও জানিব পৰা গৈছে ৷

উল্লেখ্য যে, স্বাস্থ্য বিভাগটোৱে জানিবলৈ দিয়া অনুসৰি, শুকুৰবাৰ পৰ্যন্ত দেশখনত কৰ'ণাভাইৰাছৰ ফলত প্ৰায় 1,400 লোকৰ মৃত্যু হৈছে ৷ স্বাস্থ্য বিভাগৰ উপ-নিৰ্দেশক জেং য়িজিনে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, আক্ৰান্ত চিকিৎসা কৰ্মীসকলৰ 1,502 জন হুবেই ৰাজ্যৰ ৷ তেওঁ লগতে কয় যে, কৰ'ণাভাইৰাছ প্ৰতিৰোধী জ'নত ৰখা যিসকল লোকৰ জ্বৰ আৰু কাঁহ হৈছে তেওঁলোকক ভাইৰাছত আক্ৰান্ত বুলি গণ্য কৰা হৈছে ৷

আৰু পঢ়ক : কৰ'ণাভাইৰাছ প্ৰতিৰোধী জ'ন ত্যাগ কৰা বাবে উত্তৰ কোৰিয়াত এজনক হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.