ETV Bharat / international

কাবুলত ৰকেট আক্ৰণ, নিহত 1

শনিবাৰে পুৱাই কাবুলত সংঘটিত হয় ৰকেট আক্ৰমণ ৷ চহৰখনৰ বিভিন্ন ঠাইত মুঠ দহটা ৰকেটে আক্ৰমণ চলায় ৷

author img

By

Published : Dec 12, 2020, 4:20 PM IST

1 killed, 2 wounded in Kabul rocket attack
কাবুলত ৰকেট আক্ৰণ, নিহত 1

ইন্টাৰনেশ্যনেল ডেস্ক,12 ডিচেম্বৰ : শনিবাৰে পুৱাই কাবুলত সংঘটিত হয় ৰকেট আক্ৰমণ ৷ এই আক্ৰমণত এজন লোক নিহত হোৱাৰ বিপৰীতে দুজন আহত হয় ৷ দেশখনৰ আভ্যন্তৰীণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি কাবুলৰ ল’ব-এ-জাৰ অঞ্চলৰ পৰা চহৰখনৰ বিভিন্ন প্ৰান্তত দহটাকৈ ৰকেট প্ৰক্ষেপ কৰা হয় ৷ এই অঞ্চলকেইটা ক্ৰমে কাবুল বিমান বন্দৰৰ কাষত, পিডি 9ৰ হৱশ্বিনাছি অঞ্চল আৰু যান আবাদ, পিডি 15ৰ খজা ৰৱাছ অঞ্চল ৷ এইপৰ্যন্ত কোনো সংগঠনেই এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই ৷

লগতে পঢ়ক-NASAৰ চন্দ্ৰ যাত্ৰাৰ ১৮ জনীয়া তালিকাত স্থান পালে ভাৰতীয় মূলৰ মাৰ্কিন নাগৰিকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.