ETV Bharat / international

ইবোলা সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে সম্পৰ্ক স্থাপন আমেৰিকা যুক্তৰাষ্ট্ৰৰ

author img

By

Published : Jun 11, 2020, 3:33 PM IST

নতুন ইবোলা সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ আমেৰিকাৰ স্বাস্থ্য তথা মানৱ সেৱা বিভাগৰ মুখ্য সচিব এলেক্স আজাৰৰ সৈতে সহযোগিতা স্থাপন কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই । এইক্ষেত্ৰত মুখ্য সচিব এলেক্স আজাৰে ইবোলাৰ বিৰুদ্ধে যুঁজিবলৈ আমেৰিকাক সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে ।

ইবোলা সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে সম্পৰ্ক স্থাপন আমেৰিকা যুক্তৰাষ্ট্ৰৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ১১ জুন: বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য অধিকাৰীয়ে বুধবাৰে মন্তব্য প্ৰকাশ কৰে যে,নতুন ইবোলা সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ আমেৰিকাৰ স্বাস্থ্য তথা মানৱ সেৱা বিভাগৰ মুখ্য সচিব এলেক্স আজাৰৰ সৈতে সহযোগিতা স্থাপন কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ।

বিশ্ব স্বাস্থ্য সংস্থাৰ মহানিৰ্দেশক টেড্ৰোছ এডনোম ঘেব্ৰেয়েচুছে বিগত সপ্তাহত এই সহযোগিতা সন্দৰ্ভত এক আলোচনাত মিলিত হয়। মুখ্য সচিব এলেক্স আজাৰে ইবোলাৰ বিৰুদ্ধে যুঁজিবলৈ আমেৰিকাক সহায় আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। অৱশ্যে এই চুক্তিত বিশ্ব স্বাস্থ্য সংস্থাৰ মহানিৰ্দেশক আৰু স্বাস্থ্য তথা মানৱ সেৱা বিভাগৰ মুখ্য সচিব এলেক্স আজাৰৰ মাজত কোনো আমেৰিকান ডলাৰ অন্তৰ্ভুক্ত নহয় ।

কৰণা ভাইৰাছ নিৰ্মূলৰ ক্ষেত্ৰতো বিশ্ব স্বাস্থ্য সংস্থা আৰু মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মাজত প্ৰায় সংখ্যক আলোচনা হোৱা পৰিলক্ষিত হৈছে । বিগত মাহৰ শেষৰ ফালে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ঘোষণা কৰিছিল যে,আমেৰিকাই বিশ্ব স্বাস্থ্য সংস্থাই সম্পৰ্ক চ্ছেদ কৰিব । কিন্তু ৱাছিংটনে এতিয়াও বিশ্ব স্বাস্থ্য সংস্থা সহযোগীৰূপে কাম কৰি আছে ।

লগতে পঢ়ক: কাৰ হেমাহিত বাঘজানৰ অগ্নিকাণ্ড : তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.