ETV Bharat / international

কেলিফৰ্নিয়া বনজুইৰ সৈতে যুঁজি প্ৰাণ হেৰুৱালে পাইলটে

author img

By

Published : Aug 20, 2020, 10:11 AM IST

কেলিফৰ্নিয়াৰ মধ্য ভাগত বনজুই নিৰ্বাপিত কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে এগৰাকী পাইলটে ৷ কৰ্মৰত অৱস্থাত হেলিপক্টাৰখন দূৰ্ঘটনাত পতিত হোৱাত বুধবাৰে পাইলটজনৰ মৃত্যু হয় ৷

Pilot dies fighting California wildfires
কেলিফৰ্নিয়া বনজুইৰ সৈতে যুঁজি প্ৰাণ হেৰুৱালে পাইলটে

ইন্টাৰনেশ্যনেল ডেস্ক, 20 আগষ্ট : কেলিফৰ্নিয়াৰ মধ্য ভাগত বনজুই নিৰ্বাপিত কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে এগৰাকী পাইলটে ৷ কৰ্মৰত অৱস্থাত হেলিপক্টাৰখন দূৰ্ঘটনাত পতিত হোৱাত বুধবাৰে পাইলটজনৰ মৃত্যু হয় ৷

কোৱালিংগা অঞ্চলৰ পৰা প্ৰায় 9 মাইল দক্ষিণত Bell UH-1H হেলিকপ্টাৰেৰে অগ্নিনিৰ্বাপন কৰিবলৈ চেষ্টা কৰাৰ সময়তে এই ঘটনা সংঘটিত হয় ৷ লছ এঞ্জেলছৰ কাষত তিনিটাকৈ স্থানৰ বনজুই নিৰ্বাপন কৰিবলৈ অগ্নিনিৰ্বাপক বাহিনীয়ে অধিক সংগ্ৰাম কৰিব লাগিব বুলি বতৰ বিজ্ঞানীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : ভাৰতত মহামাৰী, জলবায়ু পৰিবৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ বৃটেইনৰ তিনি মিলিয়ন পাউণ্ডৰ পুঁজি মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.