ETV Bharat / international

টিক্ টক ক্ৰয় কৰাৰ দৌৰত নাই গুগলঃ সুন্দৰ পিচাই

আমেৰিকা যুক্তৰাষ্ট্ৰত টিক্ টকৰ মুঠ 100 মিলিয়ন ব্যৱহাৰকাৰী আছে ৷ কিন্তু কোম্পানীটোক বিগত কেইমাহমান ধৰি ধাৰাবাহিক ভাৱে ট্ৰাম্প প্ৰশাসনে টাৰ্গেট কৰি লৈছে ৷

author img

By

Published : Aug 27, 2020, 5:36 PM IST

Updated : Aug 27, 2020, 6:09 PM IST

Google not in race to buy TikTok: Sundar Pichai
টিকটক ক্ৰয় কৰাৰ দৌৰত নাই গুগলঃ সুন্দৰ পিচাই

নিউজ ডেস্ক, 27 আগষ্ট : গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইয়ে তেখেতৰ কোম্পানীয়ে চীনা ভিডিঅ' মেকিং এপ টিক্ টকক ক্ৰয় কৰাৰ সন্দৰ্ভত প্ৰচাৰ চলি থকা বাতৰিটো অস্বীকাৰ কৰিছে ৷

টিক্ টক ক্ৰয় কৰা সন্দৰ্ভত সুন্দৰ পিচাইক কৰা প্ৰশ্নত তেখেতে এনেধৰণৰ কোনো পদক্ষেপ লোৱা নাই বুলি উত্তৰ দিয়ে ৷ তেখেতে আৰু কয় যে, বাইট ডান্স সন্নিবিষ্ট এই এপে গুগলৰ ক্লাউড সেৱা সমূহৰ ব্যৱহাৰ কৰাৰ বাবে বিনিয়োগ কৰে ৷

আমেৰিকা যুক্তৰাষ্ট্ৰত টিকটকৰ মুঠ 100 মিলিয়ন ব্যৱহাৰকাৰী আছে ৷ কিন্তু কোম্পানীটো বিগত কেইমাহমান ধৰি ধাৰাবাহিক ভাৱে ট্ৰাম্প প্ৰশাসনে টাৰ্গেট কৰি লৈছে ৷

অৱশ্যে এতিয়া টিক্ টকে ট্ৰাম্প প্ৰশাসনৰ দ্বাৰা এপটোৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা লগোৱাৰ আদেশৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছে ৷

লগতে পঢ়ক : চীনে বিবাদিত সামুদ্ৰিক অঞ্চলত নিক্ষেপ কৰিলে 'কেৰিয়াৰ মিছাইল' !

Last Updated : Aug 27, 2020, 6:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.