ETV Bharat / international

লক ডাউন বৃদ্ধি কৰিলে নিউজিলেণ্ডত - COVID-19: New Zealand's lockdown extended

পুনৰ এসপ্তাহলৈ বৃদ্ধি কৰিলে নিউজিলেণ্ডৰ লক ডাউন । পৰৱৰ্তী সপ্তাহৰ পাচত দেশ খনত উৎপাদনৰ লগত জৰিত উদ্যোগ সমূহ খোলাৰ লগতে বিদ্যালয় খোলাৰো পূৰ্ণ সম্ভাৱনা ।

লক ডাউন বৃদ্ধি কৰিলে  নিউজিলেণ্ডত
লক ডাউন বৃদ্ধি কৰিলে নিউজিলেণ্ডত
author img

By

Published : Apr 21, 2020, 11:42 AM IST

নিউজ ডেস্ক, 21 এপ্ৰিলঃ নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেনে দেশখনত আৰু এটা সপ্তাহলৈ লক ডাউন অব্যাহত ৰখাৰ কথা ঘোষণা কৰে ।

বিগত চাৰি সপ্তাহ ধৰি অব্যাহত আছে দ্বীপ ৰাষ্ট্ৰখনত লক ডাউন । মহামাৰী COVID-19 ৰ সংক্ৰমণৰ বাবেই লক ডাউন ঘোষণা কৰা হৈছিল ৰাষ্ট্ৰখনত । অত্যাৱশ্যকীয় সেৱাত জড়িত লোকক বাদ দি সাধাৰণ লোক কেৱল মাত্ৰ খাদ্য সামগ্ৰী বা দৰৱ কিনিবলৈহে ঘৰৰ পৰা ওলোৱাৰ অনুমতি আছে লক ডাউনৰ সময়োচোৱাত ।

পৰৱৰ্তী সপ্তাহত দেশখনত কিছু কিছু ব্যৱসায় খোলাৰ অনুমতি প্ৰদান কৰিছে । বিশেষকৈ উৎপাদনৰ লগত জৰিত উদ্যোগ সমূহ খুলিব পাৰিব। লগতে একাংশ বিদ্যালয়ও খোলাৰ সম্ভাৱনা আছে ।

লগতে পঢ়কঃ মাছ মাংসৰ বিকল্প হ'ব পাৰে প্ৰটিন যুক্ত খাদ্য মাছৰুম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.