নিউজ ডেস্ক,৩০ জুনঃ ভাৰত-চীনৰ মাজত হোৱা সংঘৰ্ষৰ পাচত ভাৰতে চীনৰ ৫৯ টা কোম্পানী বৰ্জন কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কানাডাৰ দুজন নাগৰিকে । ভাৰত চৰকাৰে কানাডাৰ কোম্পানী বৰ্জন কৰা বিষয় কানাডাবাসীয়ে সম্পূৰ্ণ সমৰ্থন কৰে বুলি সদৰি কৰে ।
হুৱাইৰ মুখ্য বিত্তীয় অধিকাৰী মেংগ বাংঝো আৰু প্ৰাক্তন কূটনীতিবিদ মাইকেল কোভ্ৰিগৰ সৈতে হোৱা বিবাদৰ লগতে অন্যান্য বহুতো কূটনৈতিক সম্পৰ্কৰ বাবেই গ্ৰেপ্তাৰ হোৱা ব্যক্তি দুজনে ভাৰতে চীনৰ কোম্পানী বৰ্জন কৰা বিষয়ত সমৰ্থন কৰে বুলি জানিবলৈ দিয়ে ।
লগতে পঢ়কঃ শেইলা আইৰিন পন্ট : পাকিস্তানৰ মাদাৰ-ই-ৱতন খিতাপধাৰী আলমোৰাৰ জীয়াৰী