ETV Bharat / international

নেবাদাত গুলীয়াগুলীত নিহত 4

author img

By

Published : Nov 4, 2020, 7:08 PM IST

লাছ ভেগাছৰ পৰা প্ৰায় 25 কিল’মিটাৰ দুৰত্বত অৱস্থিত হেণ্ডৰচন চহৰত মঙলবাৰে গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় ৷ এই ঘটনা সন্দৰ্ভত আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ঘটনাস্থলীৰ পৰা আঘাতপ্ৰাপ্ত অৱস্থাত দুগৰাকী ব্যক্তিক উদ্ধাৰ কৰা হৈছে ৷ পাঁচগৰাকী লোকক এতিয়াও চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে ৷

4 killed in Nevada shooting Etv bharat international news
গুলীয়াগুলী

লাছ ভেগাছ,4 নৱেম্বৰ: আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্য নেবাদাত মঙলবাৰে সংঘটিত হোৱা এক গুলীয়াগুলীত চাৰিগৰাকী লোক নিহত হয় ৷ ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, লাছ ভেগাছৰ পৰা প্ৰায় 25 কিল’মিটাৰ দুৰত্বত অৱস্থিত হেণ্ডৰচন চহৰত এই ঘটনা সংঘটিত হৈছিল ৷ চহৰখনৰ কেপ্তেইন জেছন কুজিক নামৰ আৰক্ষীগৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি এই বিষয়ত কয় যে, এগৰাকী আহত ব্যক্তিক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ তদুপৰি আৰক্ষীয়ে আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰে দুগৰাকী ব্যক্তিক ৷ পাঁচগৰাকী ব্যক্তিক এইপৰ্যন্ত চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে ৷

লগতে চাওকঃ চাৰি দশকত শীৰ্ষ আদালতত সম্পন্ন ধৰ্ষণ আৰু হত্যাৰ 67 গোচৰৰ ৰায়দান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.