ETV Bharat / international

উন্নত হৈছে ভাৰত,নাইজেৰিয়া আৰু ইথিওপিয়াৰ মাতৃ-সন্তানৰ স্বাস্থ্য : অধ্যয়ন - উন্নত হৈছে ভাৰত,নাইজেৰিয়া আৰু ইথিওপিয়াৰ মাতৃ-সন্তানৰ স্বাস্থ্য : অধ্যয়ন

ভাৰত,নাইজেৰিয়া আৰু ইথিওপিয়াৰ সম্প্ৰদায় সমূহত মাতৃ তথা সন্তানৰ স্বাস্থ্যৰ পূৰ্বৰ তুলনাত উন্নতি সাধন হৈছে বুলি এক অধ্যয়নে সূচাইছে ৷ মাতৃ তথা নৱজাত সন্তানৰ 8 টা অতি প্ৰয়োজনীয় স্বাস্থ্য সম্পৰ্কীয় আভাসৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই তথ্য লাভ কৰে অধ্যয়নটোত ৷

মাতৃ-সন্তানৰ স্বাস্থ্য
author img

By

Published : Oct 29, 2019, 3:06 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 29 অক্টোবৰ : শেহতীয়া এক অধ্যয়নে সূচাইছে যে ভাৰত,নাইজেৰিয়া আৰু ইথিওপিয়াৰ সম্প্ৰদায় সমূহত মাতৃ তথা সন্তানৰ স্বাস্থ্যৰ পূৰ্বৰ তুলনাত অধিক উন্নতি সাধন হৈছে ৷ ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ অধীনত এই তিনিখন ৰাষ্ট্ৰৰ গাঁও অঞ্চলৰ সম্প্ৰদায় সমূহৰ মাতৃ তথা নৱজাত সন্তান সম্পৰ্কত এই অধ্যয়ন চলোৱা হৈছিল ৷ মাতৃ তথা নৱজাত সন্তানৰ 8 টা অতি প্ৰয়োজনীয় স্বাস্থ্য সম্পৰ্কীয় আভাসৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই তথ্য লাভ কৰে অধ্যয়নটোৱে ৷ 2012 চনৰ তুলনাত 2015 চনত ইথিওপিয়া আৰু ভাৰতৰ উত্তৰ প্ৰদেশত মাতৃ-সন্তানৰ স্বাস্থ্যৰ উন্নতি প্ৰত্যক্ষ কৰে অধ্যয়নটোৱে ৷

নাইজেৰিয়াৰ গম্বে অঞ্চলতো 'বকো হাৰাম'ৰ বিদ্ৰোহৰ ফলত মহিলাসকলৰ স্বাস্থ্য শোচনীয় হৈ পৰিছিল যদিও বৰ্তমান সময়ত ইয়াৰ পৰিৱৰ্তন লক্ষ্য কৰা হৈছে ৷

আৰু পঢ়ক : ৰিয়াধৰ ছৌদি ৰাজপ্ৰসাদত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

New Delhi, Oct 29 (ANI): A recent study has discovered that community-based health programs successfully improved the health of mothers and babies in India, Nigeria, and Ethiopia. To assess the impact of community-based health interventions linked to the United Nations' Sustainable Development Goals, an international team of researchers looked at eight essential maternal and newborn health indicators in rural Nigeria, Ethiopia, and India, representing more than 22 million people. Indicators included antenatal and postnatal care, births in health care facilities, hygienic umbilical cord care, breastfeeding initiation and more. The researchers found some improvements; for example, more women in Ethiopia and Uttar Pradesh, India had access to maternity care in 2015 than in 2012. In Gombe, Nigeria, socioeconomic issues as well as the Boko Haram threat prevented most women from receiving adequate care, although some positive family behaviour, such as hygienic cord care, showed marked improvement.

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.