ETV Bharat / international

লিবিয়াৰ ত্ৰিপ'লিত এয়াৰষ্ট্ৰাইকঃ নিহত 40 প্ৰব্ৰজনকাৰী

উল্লেখ্য যে বিগত বহু বছৰ ধৰি লিবিয়াত গৃহ যুদ্ধ সংঘটিত হৈ আহিছে ৷

লিবিয়াৰ ত্ৰিপ'লিত এয়াৰষ্ট্ৰাইকঃ নিহত 40 প্ৰব্ৰজনকাৰী
author img

By

Published : Jul 3, 2019, 11:26 AM IST

Updated : Jul 3, 2019, 12:10 PM IST

নিউজ ডেস্ক, 3 জুলাইঃ লিবিয়াৰ ৰাজধানী ত্ৰিপ'লিৰ তজোৰা চহৰৰ এটা ডিটেনচন কেম্পত মঙলবাৰে এয়াৰষ্ট্ৰাইক চলোৱাৰ ফলত নিহত হয় 40 জন প্ৰব্ৰজনকাৰী৷ আনহাতে এই আক্ৰমণত আহত হয় 80 জন প্ৰব্ৰজনকাৰী৷ লিবিয়াৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ মুখপাত্ৰ মালেক মাৰচেটে দিয়া তথ্য অনুসৰি আহতসকলক ত্ৰিপ'লি মেডিকেল চেণ্টাৰত ভৰ্তি কৰোৱা হয়৷

ETV BHARAT ASSAM
লিবিয়াৰ ত্ৰিপ'লিত এয়াৰষ্ট্ৰাইকঃ নিহত 40 প্ৰব্ৰজনকাৰী

উল্লেখ্য যে বিগত বহু বছৰ ধৰি লিবিয়াত গৃহ যুদ্ধ সংঘটিত হৈ আহিছে ৷ ত্ৰিপ'লিৰ ইউ এ এন সমৰ্থনকাৰী চৰকাৰে এই আক্ৰমণৰ বাবে বিদ্ৰোহী সংগঠন খালিখা ইফটাৰক দায়ী সাব্যস্ত কৰে৷

Intro:Body:

Conclusion:
Last Updated : Jul 3, 2019, 12:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.