শোণিতপুৰৰ বৰছলাত হৃদয় বিদাৰক দৃশ্য । বনৰীয়া হাতীৰ পোৱালীয়ে দেখুৱালে মাতৃস্নেহৰ অনন্য নিদৰ্শন । | Read More
অসম সংবাদ - Thu Nov 07 2024: Assam Live News Today
Published : Nov 7, 2024, 8:30 AM IST
|Updated : Nov 7, 2024, 10:51 PM IST
বন্যহস্তীৰ বদান্যতা, মৃত মাতৃৰ কাষৰ পৰা আঁতৰি নগ'ল হাতী পোৱালী
ভাৰত-ভূটান সীমান্তৰ ইমিগ্ৰেচন তালাচী চকী উদ্বোধন
তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ ভূমি বন্দৰ দৰঙাত ইমিগ্ৰেচন তালাচী চকী উদ্বোধন । উদ্বোধন কৰে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ভূটানৰ প্ৰধানমন্ত্ৰী দাশো শ্বেৰিং টোবগে । | Read More
অসমৰ ভিন্ন প্ৰান্তত ষট পূজা উদযাপন
ষট পূজাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যত ব্যাপক উচাহ । বিহাৰী লোকসকলে ভিৰ কৰিছে নদীৰ ঘাটত । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ষট পূজাৰ পৰিৱেশৰে এক প্ৰতিবেদন । | Read More
এম কৰুণাকৰ ৰেড্ডীলৈ পদ্মশ্রী যাদৱ পায়েং আন্তঃৰাষ্ট্রীয় বঁটা
ৱাটাৰ মেন অৱ ইণ্ডিয়া খ্যাত, বিশিষ্ট পৰিৱেশকৰ্মী এম কৰুণাকৰ ৰেড্ডীলৈ পদ্মশ্রী যাদৱ পায়েং আন্তৰাষ্ট্রীয় বঁটা ঘোষণা । জ্যোতি প্ৰতাপ শিক্ষা ন্যাসে প্ৰদান কৰিব বঁটা । | Read More
ফুলাম গামোচাত জিলিকিল ঘোষাৰ পৰা আদি কৰি বিভিন্নজন ব্যক্তিৰ প্ৰতিচ্ছবি
তাঁতশালত জিনু চুতীয়া বৰুৱাই চাৰি ফুট বহল আৰু আঠ ফুট দীঘল গামোচাত ফুল বাচি লিখি উলিয়াইছে কীৰ্তন ঘোষাৰ তিনিটা খণ্ড ৷ | Read More
ৰাজ্যৰ অংগনৱাড়ী কেন্দ্ৰসমূহৰ অনাদায় হৈ আছে ২৫ কোটি টকাৰ বিদ্যুৎ মাচুল
চৰকাৰী বিভাগসমূহে কোটি কোটি টকা আদায় দিবলৈ থকাৰ পাছতো বিদ্যুৎ কৰ্তন কৰিবলৈ সাহস নকৰে এ পি ডি চি এলে । | Read More
8 নৱেম্বৰৰ পৰা জাতিংগা মহোৎসৱ; প্ৰস্তুতি তুংগত
জাতিংগা মহোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ । শুকুবাৰে উদ্বোধন কৰিব উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই । | Read More
উৰণ সেতু নিৰ্মাণত অঘটন, খহি পৰিল পথৰ বৃহৎ অংশ
উন্নয়নৰ নামত যেন মৰণফান্দ পাতিছে চৰকাৰে । উৰণ সেতুৰ নিৰ্মাণকাৰ্য চলি থকাৰ সময়তে খহি পৰিল পথৰ এক বৃহৎ অংশ । | Read More
পেলনীয়া কলগছো হ’ব পাৰে জীৱিকাৰ পথ
জাৰ্মানীত সমাদৃত অসমৰ কলগছৰ আঁহ । লখিমপুৰৰ আইনা ৱেলফেয়াৰ ফাউণ্ডেচনে কলগছৰ পৰা আঁহ উৎপাদন কৰি জাৰ্মানীলৈ প্ৰেৰণ কৰি আহিছে । | Read More
তিনিচুকীয়া পৌৰসভাৰ পৌৰপতিৰ পদত্যাগ
বহু চৰ্চাৰ অন্তত পদত্যাগ তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পবিত্ৰ গগৈৰ । ১৫ টা ৱাৰ্ডেৰে গঠিত পৌৰসভাত পৌৰপতিৰ বিৰুদ্ধে পৰে ১১ টা ভোট । | Read More
আঁহত পাতত মামাৰ প্ৰতিচ্ছবি অংকন কৰি চৰ্চাত সঞ্জু হাজৰিকা
আঁহত পাতত মুখ্যমন্ত্ৰীৰ প্ৰতিচ্ছবি অংকন কৰি চৰ্চিত সঞ্জু হাজৰিকা ৷ ব্লেডৰ সহায়ত আঁহত পাততেই অংকন কৰিছে সুধাকণ্ঠ, কলাগুৰুৰ লগতে বিভিন্নজনৰ প্ৰতিচ্ছবি ৷ | Read More
ছিপাঝাৰত অন্তিম সংস্কাৰৰ পৰাও বঞ্চিত এগৰাকী মহিলা
এগৰাকী মহিলাৰ সৎকাৰৰ বাবে ওলাই নাহিল গাৱঁৰ ৰাইজ । উপায়বিহীন পিতা-পুত্ৰই থলে গাঁত খান্দি পুতি ! | Read More
অপহৰণকাৰী সংগঠনে মুকলি কৰিলে গৌতম বসুমতাৰীক
অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰত মুকলি অপহৃত যুৱক গৌতম বসুমতাৰীক । ১৫ দিনৰ অন্তত উদ্ধাৰ কৰে বসুমতাৰীক । | Read More
বয়ন বিপ্লৱৰ সূচনাৰে কৰ্মসংস্থাপনৰ নিদৰ্শন তেজপুৰৰ এগৰাকী মহিলাৰ
আনৰ বয়ন উদ্যোগলৈ আহি একপি ফটো উঠা লোকেও লাভ কৰে চৰকাৰী সাহায্য ৷ এই আক্ষেপ যুৱ উদ্যোগী তথা এঞ্জেলা ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰী নিবেদিতা পাঠকৰ । | Read More
সন্তানক হেৰুৱাই ওৰে নিশা বুকু ভঙা চিঞৰ এগৰাকী মাতৃৰ...আপোনাৰো ওলাব চকুলো
জন্মদাত্ৰীৰ মৰণকাতৰ বিননিয়ে ব্যথিত কৰি তুলিছে সকলোকে ৷ মৃত সন্তানক বুকুত সাৱটি প্ৰায় ত্ৰিশ কিলোমিটাৰ সহায় বিচাৰি ঘূৰি ফুৰিছে মাতৃয়ে ৷ | Read More
গোটেই অসমখনতে কংগ্ৰেছে এক ব্লু ব্লাডৰ পলিটিক্স আৰম্ভ কৰিছে: মুখ্যমন্ত্রী
ৰকিবুল হুছেইনৰ চামগুৰিৰ নিৰ্বাচনী সভাৰ বক্তব্যসমূহে আকৌ এটা অসমত চলি যোৱা ক'লা অধ্যায়ৰ ইংগিত দিছে নেকি । কেইবাটাও প্ৰসংগক লৈ মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া । | Read More
গৰ্ভৱতীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত আমগুৰি সামূহিক চিকিৎসালয়; চিকিৎসকৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ
চৰকাৰী চিকিৎসা ব্যৱস্থা কেনে চলিছে খবৰ ৰাখিছেনে বাৰু স্বাস্থ্যমন্ত্ৰীয়ে ? এখন চৰকাৰী চিকিৎসালয়ৰ এজন চিকিৎসকৰ বিৰুদ্ধে উঠা ভয়ংকৰ অভিযোগে অৱতাৰণা কৰিছে এই প্ৰশ্নৰ ৷ | Read More
ভাৰত-ভূটানৰ সম্পৰ্ক উন্নীত কৰাৰ বাবে অসমৰ দৰঙাত নতুন চেক পোষ্ট মুকলি
১৪.৫ একৰ ভূমিৰে আৱৰি থকা আইচিপি দৰঙাত সীমান্তৰ ভ্ৰমণ আৰু বাণিজ্য সুশৃংখল কৰাৰ বাবে অত্যাধুনিক সুবিধা আছে । | Read More
৬ মাহৰ ভিতৰত চুবুৰীয়া ৰাজ্যৰ সৈতে অসমৰ সীমা সমস্যা নিষ্পত্তিৰ পৰিকল্পনা
Border dispute: আগন্তুক ৬ মাহৰ ভিতৰত সীমা চূড়ান্ত কৰাৰ বাবে অসম-মেঘালয়-অৰুণাচল প্ৰদেশ সীমান্ত চুক্তিৰ অগ্ৰগতি পৰ্যালোচনা কৰিবলৈ অসমত উপস্থিত কেন্দ্ৰীয় গৃহ সচিব । | Read More
উত্তাল ধেমাজি; আঁচনি ৰূপায়নৰ নামত কোনে গো-গ্ৰাসে গিলিলে চৰকাৰী ধন ?
চৰকাৰী আঁচনি ৰূপায়নৰ নামত ব্যাপক কেলেংকাৰীৰ অভিযোগ ৷ তথ্য জনা অধিকাৰ আইনৰ সহায়ত এই ভয়াৱহ অনিয়মৰ কথা পোহৰলৈ আনিছে অসম জাতীয়তাবাদী যুৱ পৰিষদে ৷ | Read More
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
কেনে যাব আপোনাৰ দিনটো ? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল... | Read More