ETV Bharat / headlines

ভাৰতীয় শ্বেয়াৰ বজাৰত আৰ আই এলৰ ৰেকৰ্ড উচ্চ

author img

By

Published : Jun 19, 2020, 8:56 PM IST

ভাৰতীয় বজাৰৰ ওজন ৰিলায়েন্স কোম্পানীৰ দ্বাৰা বৃদ্ধি হোৱা হেতুকে শুকুৰবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰৰ সূচনাংক চেনচেক্স আৰু নিফটি সেউজীয়া ৰঙেৰে বন্ধ হয় । দিনটোৰ সমাপ্তিত চেনচেক্স ৫২৪ পইণ্টলৈ বৃদ্ধি হয় আৰু নিফটি ১৫২পইণ্ট বৃদ্ধিৰে ১০,২৪৪.৪০ পইণ্টলৈ বৃদ্ধি পায় ।

ভাৰতীয় শ্বেয়াৰ বজাৰত আৰআইএলৰ ৰেকৰ্ড উচ্চ

হায়দৰাবাদ,১৯ জুন : ভাৰতীয় শ্বেয়াৰ বজাৰৰ সূচাংক চেনচেক্স আৰু নিফটি শুকুৰবাৰে সেউজীয়া ৰঙেৰে বন্ধ হয় । বজাৰৰ ওজন ৰিলায়েন্স কোম্পানীৰ দ্বাৰা বৃদ্ধি হয় । এই ৰেকৰ্ড উচ্চস্তৰলৈ গতি কৰে আৰু ই শুদ্ধ ঋণমুক্ত হৈ পৰে ।

ভাৰতীয় শ্বেয়াৰ বজাৰত আৰ আই এলৰ ৰেকৰ্ড উচ্চ

দিনটোৰ সমাপ্তিত চেনচেক্স ৫২৪ পইণ্টলৈ বৃদ্ধি হয় আৰু নিফটি ১৫২পইণ্ট বৃদ্ধিৰে ১০,২৪৪.৪০ পইণ্টলৈ বৃদ্ধি পায় । দেশৰ চহৰসমূহত ১৩ দিনৰ অন্তৰালত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হয় । ইয়াৰ লগতে,ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৪৭,৪৬০ টকালৈ বৃদ্ধি পায় ।

লগতে পঢ়ক : শিৱসাগৰত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহীৰ গাদীক লৈ শীতল যুদ্ধ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.