নেশ্যনেল ডেস্ক, ১২ জুন: জম্মু কাশ্মীৰত ভাৰতীয় সুৰক্ষা সেনাৰ অভিযানত বৃহস্পতিবাৰে পুনৰ আটক হয় এজন লস্কৰ-ই-তৈবা (এলইটি)ৰ সন্ত্ৰাসবাদী সদস্য । শোপিয়া জিলাৰ খোজপুৰাৰ পৰা ভাৰতীয় সেনাই আটক কৰে সন্ত্ৰাসবাদীজনক ।
সন্ত্ৰাসবাদীজনৰ পৰা উদ্ধাৰ হয় এটা ৯ এম এম পিষ্টলসহ অন্যান্য যুদ্ধ প্ৰয়োজনীয় সামগ্ৰী । সামগ্ৰিক তথ্যৰ বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই ।
লগতে পঢ়ক: ডিব্ৰুগড়ত দুধৰ্ষ আলফা সদস্য আটক