ETV Bharat / headlines

ইউএনআৰডব্লিউএলৈ ১০ মিলিয়ন আমেৰিকান ডলাৰ প্ৰদানৰ ঘোষণা ভাৰতৰ

বিদেশ ৰাজ্যিক মন্ত্ৰী ভি মুৰালীধৰণে সদৰি কৰা অনুসৰি, আগন্তুক দুবছৰত পেলেষ্টাইন শৰণাৰ্থীৰ বাবে ভাৰতে ৰাষ্ট্ৰসংঘৰ সাহাৰ্য আৰু নিৰ্মাণ পুঁজিত ১০ মিলিয়ন আমেৰিকান ডলাৰ অৱদান আগবঢ়াব । ইয়াৰ লগতে, প্ৰশিক্ষণ আৰু গৃহ নিৰ্মাণ সংস্থাৰ মাধ্যমেৰে ক্ষমতা বৃদ্ধিৰ আশ্বাস প্ৰদান কৰে ।

ইউএনআৰডব্লিউএলৈ ১০ মিলিয়ন আমেৰিকান ডলাৰ প্ৰদানৰ ঘোষণা ভাৰতৰ
ইউএনআৰডব্লিউএলৈ ১০ মিলিয়ন আমেৰিকান ডলাৰ প্ৰদানৰ ঘোষণা ভাৰতৰ
author img

By

Published : Jun 24, 2020, 3:07 PM IST

নেশ্যনেল ডেস্ক, ২৪ জুন : ভাৰতে মঙলবাৰে ঘোষণা কৰা অনুসৰি, আগন্তুক দুবছৰত পেলেষ্টাইন শৰণাৰ্থীৰ বাবে ভাৰতে ৰাষ্ট্ৰসংঘৰ সাহাৰ্য আৰু নিৰ্মাণ পুঁজিত ১০ মিলিয়ন আমেৰিকান ডলাৰৰ অৱদান আগবঢ়াব । ইয়াৰ লগতে, প্ৰশিক্ষণ আৰু গৃহ নিৰ্মাণ সংস্থাৰ মাধ্যমেৰে ক্ষমতা বৃদ্ধিৰ আশ্বাস প্ৰদান কৰে ।

ইউএনআৰডব্লিউএলৈ ১০ মিলিয়ন আমেৰিকান ডলাৰ প্ৰদানৰ ঘোষণা ভাৰতৰ
ইউএনআৰডব্লিউএলৈ ১০ মিলিয়ন আমেৰিকান ডলাৰ প্ৰদানৰ ঘোষণা ভাৰতৰ

UNRWAৰ মন্ত্ৰীস্তৰীয় সন্মিলন সম্বোধন কৰি বিদেশ ৰাজ্যিক মন্ত্ৰী ভি মুৰালীধৰণে কয় যে, পেলেষ্টাইনৰ বাবে এক স্থিৰ সমৰ্থকৰূপে ভাৰতে লক্ষাধিক লোকক নিশ্চিত কৰাৰ পক্ষে আয়োজক দেশ, দাতা আৰু UNRWAৰ উদাৰ সমৰ্থনৰ লগতে কাম-কাজৰ সমৰ্থন কৰিছে । কোভিড-১৯ত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ আৰ্থিক সমস্যা সমাধানৰ হেতু চৰকাৰী সম্পদসমূহৰ সম্প্ৰসাৰণ কৰা হৈছে । অহা সপ্তাহত পেলেষ্টাইনত এক মেডিকেল চালান প্ৰেৰণ কৰা হ'ব ।

লগতে তেওঁ কয় যে, অনুকূলভাৱে প্ৰশিক্ষণ কাৰ্যক্ৰমৰ উপৰিও পেলেষ্টাইন যুৱক-যুৱতী আৰু কৰ্তৃপক্ষক ২৫০ বাৰ্ষিক স্কলাৰশ্বিপ প্ৰদান কৰা হয় । সম্প্ৰতি ইয়াৰ প্ৰকল্প অনদান প্ৰায় ৭২ মিলিয়ন ডলাৰ । UNRWAক সমৰ্থনৰ আৱশ্যক । গতিকে কিছুসংখ্যক দেশে নিজ নিজ ধন উভতাই লৈছে । ২০১৮ চনত ভাৰতে বাৰ্ষিক প্ৰতিশ্ৰুতি ১.২৫ মিলিয়ন আমেৰিকান ডলাৰৰ পৰা ৫ মিলিয়ন ডলাৰ বৃদ্ধি কৰে ।

লগতে পঢ়ক : ৰামদেৱ, পতঞ্জলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.