ETV Bharat / entertainment

নিজৰ হতাশাৰ দিনবোৰ স্মৰণ কৰিলে অল্কা ইয়াগ্নিকে

টেলিভিছনৰ আটাইতকৈ চৰ্চিত তথা জনপ্ৰিয় শ্ব' "সাৰেগামাপা লিটল চেম্পছ" ৷ এই শ্ব'ৰ মাজতে আৱেগিক হৈ উঠিল জনপ্ৰিয় কন্ঠশিল্পী অল্কা ইয়াগ্নিক ৷ তেওঁ সুঁৱৰিলে নিজৰ হতাশাৰ সময়খিনি ৷

alka yagnik talks about her depression
নিজৰ হতাশাৰ দিনবোৰ স্মৰণ কৰিলে অল্কা ইয়াগ্নিকে
author img

By

Published : Jul 25, 2020, 8:35 PM IST

Updated : Jul 21, 2022, 3:51 PM IST

চিটাৰা ডেস্ক, 25 জুলাইঃ ৰিয়েলিটী শ্ব' "সাৰেগামাপা লিটল চেম্পছ" যথেষ্ট জম সমাদৃত এটা শ্ব'৷ শেহতীয়াকৈ এই শ্ব'ৰ বিচাৰক তথা জনপ্ৰিয় কন্ঠশিল্পী অল্কা ইয়াগ্নিক আৱেগিক হৈ পৰিল শ্ব'ৰ মাজতে ৷

alka yagnik talks about her depression
জনপ্ৰিয় কন্ঠশিল্পী অল্কা ইয়াগ্নিক

প্ৰতিযোগীৰ প্ৰতিভা দেখি আপ্লুত হৈ পৰিছিল বিচাৰক অল্কা ইয়াগ্নিক ৷ ইয়াৰ মাজতে আৱেগিক হৈ শ্বেয়াৰ কৰে নিজৰ হতাশাৰ দিনবোৰৰ কথা ৷

alka yagnik talks about her depression
জনপ্ৰিয় কন্ঠশিল্পী অল্কা ইয়াগ্নিক

তেওঁ কয়,"মোৰ মা মোৰ গুৰু আছিল, কিন্তু মই মোৰ দেউতাৰ মই খুবেই কাষত আছিলো ৷ দেউতাক যেতিয়া মই হেৰুৱাই পেলাইছিলো মই হতাশাত ভাগি পৰিছিলো ৷ মই ঘৰৰ পৰা বাহিৰলৈ ওলোৱা বন্ধ কৰি দিছিলো ৷ তেনেকুৱা এক সময়তেই অনু মাল্লিকে মোক গানৰ অফাৰ দিছিল ৷ লগতে তেওঁ মোক কৈছিল যেতিয়ালৈকে মই গাবলৈ প্ৰস্তুত হৈ নুঠিম ,তেতিয়ালৈকে তেওঁ মোৰ অপেক্ষা কৰিব ৷ তেওঁ জানিছিল যে,মই কি অৱস্থাত আছিলো ৷সেয়ে মোৰ তেওঁ প্ৰায়েই খবৰ লৈছিল আৰু যেতিয়া মই গানৰ ৰেকৰ্ড কৰিছিলো মই গানটোত ইমানেই সোমাই গৈছিলো যে, সকলো পৰিস্থিতি পাহৰি পেলাইছিলো ৷ সংগীতে মোক সঁচা অৰ্থত উপশম কৰিলে ৷"

লগতে পঢ়কঃ"মানুহে কংগনাৰ সফলতাক লৈ ঈৰ্ষা কৰে"- শত্ৰুঘ্ন সিন্হা

Last Updated : Jul 21, 2022, 3:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.