ETV Bharat / entertainment

Swara Bhaskar and Fahad Ahmad Love Story:কেনেকৈ আৰম্ভ হৈছিল স্বৰা ভাস্কৰ ফাহাদ আহমদৰ প্ৰেমকাহিনী ? - swara bhaskar and fahad ahmads love story

Swara Fahad Love Story: বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰে গোপনে বিবাহ পাশত আৱদ্ধ হৈ অনুৰাগীসকলক আচৰিত কৰি তোলে ৷ এতিয়া তেওঁৰ অনুৰাগীসকলে জানিব বিচাৰিছে যে প্ৰেমে কেতিয়া স্বৰাৰ জীৱনত প্ৰৱেশ কৰিছিল (Swara Bhaskar Love Story) ? ক’ত কেনেকৈ ফহাদৰ সৈতে সংস্পৰ্শলৈ আহিছিল স্বৰা ? স্বৰা ভাস্কৰ আৰু ফাহাদ আহমদৰ সম্পূৰ্ণ প্ৰেমকাহিনী জানিবলৈ আগলৈ পঢ়ক-

Swara Bhaskar and Fahad Ahmad
স্বৰা ভাস্কৰ ফাহাদ আহমদৰ প্ৰেমকাহিনী
author img

By

Published : Feb 17, 2023, 11:28 AM IST

চিটাৰা ডেস্ক, 17 ফেব্ৰুৱাৰী : নতুন বছৰৰ আৰম্ভণিৰ লগে লগে বিয়াৰ জোৱাৰ উঠিছে বলীউডত ৷ সিদ-কিয়াৰ বিয়াৰ পিছতে বলীউডৰ আন এগৰাকী অভিনেত্ৰীয়ে আৰম্ভণি কৰিলে যুগ্ম জীৱনৰ ৷ নিজৰ ব’ল্ড ষ্টেটমেণ্টৰ বাবে চৰ্চাত থকা অভিনেত্ৰী স্বৰা ভাস্কৰ ছাত্ৰ নেতা তথা সমাজ কৰ্মী ফাহাদ আহমদৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় (Swara Bhaskar and Fahad Ahmad wedding) ৷ স্বৰাৰ এই বিবাহৰ খবৰ আগয়ে কোনেও পোৱা নাছিল (Swara Bhaskar Love Story) ৷ অনুষ্টুপীয়াকৈ বিয়া পাতে তেওঁলোকে ৷ স্বৰাই নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত পোষ্ট কৰাৰ পিছতহে সকলো আচৰিত হৈ পৰে (Swara Bhaskar instagram) ৷ জানো আহকচোন স্বৰা আৰু ফাহাদৰ প্ৰেম কাহিনী কেতিয়া ক'ত কেনেকৈ আৰম্ভ হৈছিল ।

Swara Bhaskar and Fahad Ahmad
স্বৰা ভাস্কৰ ফাহাদ আহমদৰ বিয়া
Swara Bhaskar and Fahad Ahmad
স্বৰা ভাস্কৰ ফাহাদ আহমদৰ প্ৰেমকাহিনী

আপোনালোকক জনাওঁ যে বৃহস্পতিবাৰ, 16 ফেব্ৰুৱাৰীত স্বামী ফাহাদৰ সৈতে স্বৰাই ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত তেওঁলোকৰ প্ৰথম সাক্ষাৎকাৰৰ পৰা বিয়া হোৱালৈকে যাত্ৰা দেখুওৱা হৈছে ।

স্বৰা-ফাহাদ কেতিয়া আৰু ক’ত লগ হৈছিল ?

Swara Bhaskar and Fahad Ahmad
স্বৰা ভাস্কৰ ফাহাদ আহমদৰ প্ৰেমকাহিনী
Swara Bhaskar and Fahad Ahmad
স্বৰা ভাস্কৰ ফাহাদ আহমদৰ প্ৰেমকাহিনী

এয়া 2019 বৰ্ষৰ কথা যেতিয়া স্বৰা ভাস্কৰ আৰু ফাহাদ প্ৰথমবাৰৰ বাবে সংস্পৰ্শলৈ আহিছিল (Swara Bhaskar and Fahad Ahmad first meet) ৷ স্বৰাই বৈপ্লৱিক ৰূপত এখন সমাৱেশত ভাষণ দি আছিল, য’ত তেওঁ প্ৰতিবাদ আমাৰ অধিকাৰ বুলি উল্লেখ কৰিছিল । 2020 চনত স্বৰা পুনৰ ৰেলীত উপস্থিত হয়, য’ত হালধীয়া চুৱেটাৰ পিন্ধি ফাহাদে স্বৰাৰ ফালে মৰমেৰে চাই থকা দেখা গৈছে ।

Swara Bhaskar and Fahad Ahmad
স্বৰা ভাস্কৰ ফাহাদ আহমদৰ প্ৰেমকাহিনী

স্বৰা-ফাহাদৰ প্ৰথম চেলফি

স্বৰাৰ ৰাজনীতি আৰু প্ৰেম জীৱনৰ সৈতে জড়িত এই ভিডিঅ’টোত ভালকৈ মন কৰক ৷ তাত দেখা গৈছে যে এই ফটোখন স্বৰা আৰু ফাহাদৰ প্ৰথম চেলফি, যিখন শোভাযাত্ৰাৰ সময়ত তোলা হৈছিল । ইয়াৰ পিছত স্বৰা আৰু ফাহাদৰ আন এখন ছবি দেখা গৈছে ।

Swara Bhaskar and Fahad Ahmad
স্বৰা ভাস্কৰ ফাহাদ আহমদৰ প্ৰেমকাহিনী

2020 চনৰ মাৰ্চ মাহত ফাহাদে স্বৰাক নিজৰ ঘৰলৈ মাতিছিল ৷ যেতিয়া ফাহাদে ৱাটছএপত স্বৰাক ভনীয়েকৰ বিয়ালৈ নিমন্ত্ৰণ জনাই লিখিছিল, ‘ভণ্টিৰ বিয়া 8 এপ্ৰিলত, আহিব লাগিব’ , তেতিয়া স্বৰাই উত্তৰত লিখিছিল, ‘য়াৰ মজবুৰ হু, শ্বুট সে নেহি নিকল পাউংগী, ইছবাৰ মাফ কৰো দোস্ত, কচম হে, তুমহাৰী শাদী মে জৰুৰ আউংগী’ ।

Swara Bhaskar and Fahad Ahmad
স্বৰা ভাস্কৰ ফাহাদ আহমদৰ প্ৰেমকাহিনী

এটা জন্তুৰ বাবেই স্বৰা-ফাহাদ ওচৰ চাপি আহিছিল

Swara Bhaskar and Fahad Ahmad
স্বৰা ভাস্কৰ ফাহাদ আহমদৰ প্ৰেমকাহিনী

স্বৰাই জানিবলৈ দিয়ে যে মেকুৰী এটাৰ বাবেই তেওঁলোক ইজনে সিজনৰ ওচৰলৈ আহিছিল (Swara Bhaskar and Fahad Ahmad Love Story) আৰু তাৰ পিছত দুয়োৰে মাজত ভাল বন্ধুত্ব গঢ় লৈ উঠে । ইয়াৰ পিছত ভিডিঅ’টোত স্বৰা আৰু ফাহাদৰ কিছু ক্ল’জ আপ আৰু মৰমলগা চেলফি আহিছে, য’ত দম্পতীহালৰ মাজৰ প্ৰেম স্পষ্টকৈ ফুটি উঠিছে ।

Swara Bhaskar and Fahad Ahmad
স্বৰা ভাস্কৰ ফাহাদ আহমদৰ প্ৰেমকাহিনী

স্বৰাই পাতিলে গোপনে বিয়া

Swara Bhaskar and Fahad Ahmad
স্বৰা ভাস্কৰ ফাহাদ আহমদৰ প্ৰেমকাহিনী
Swara Bhaskar and Fahad Ahmad
স্বৰা ভাস্কৰ ফাহাদ আহমদৰ বিয়া

ইয়াৰ পিছত স্বৰাই ক’লে যে ওচৰ চাপি অহাৰ পিছত, আমি দুয়ো বেছি সময় অপেক্ষা কৰাৰ মুডত নাছিলো আৰু তাৰ পিছত আমি 6 জানুৱাৰী, 2023 তাৰিখে আদালতৰ বিবাহৰ কাকত দাখিল কৰিছিলো আৰু বিবাহপাশত আৱদ্ধ হৈছিলোঁ (Swara Bhaskar wedding)। স্বৰাৰ মাক দেউতাক আৰু ফাহাদৰ পৰিয়াল আৰু বিশেষ লোক এই বিয়াত আদালতত উপস্থিত আছিল ।

Swara Bhaskar and Fahad Ahmad
স্বৰা ভাস্কৰৰ বিয়া
Swara Bhaskar and Fahad Ahmad
স্বৰা ভাস্কৰ ফাহাদ আহমদৰ প্ৰেমকাহিনী

লগতে পঢ়ক : Aditya Roy Kapur news: আদিত্য ৰয় কাপুৰক বলপূৰ্বক চুম্বনৰ চেষ্টা কৰিলে কোন মহিলাই ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.