ETV Bharat / entertainment

Katrina Kaif Desi look: দেশী লুকত বিমানবন্দৰত প্ৰৱেশ কেটৰিনা কাইফৰ, ছ’চিয়েল মিডিয়াত ভাইৰেল কেটৰিণাৰ এই লুক

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 2:11 PM IST

আজি পুৱা মুম্বাই বিমানবন্দৰত দেখা গ’ল অভিনেত্ৰী কেটৰিনা কাইফক ৷ হালধীয়া প্ৰিণ্টেড ছেলৱাৰ চুট পৰিধান কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে অভিনেত্ৰীগৰাকীয়ে ।

Katrina Kaif's chic airport look in yellow salwar suit wins over internet - watch
বিমানবন্দৰত কেটৰিনা কাইফ

চিটাৰা ডেস্ক, 13 ছেপ্টেম্বৰ: কেটৰিণা কাইফক বলীউডৰ আটাইতকৈ ধুনীয়া আৰু জনপ্ৰিয় অভিনেত্ৰীৰ ভিতৰত গণ্য কৰা হয় ৷ ছ’চিয়েল মিডিয়াত বিশাল ফেন ফ’ল’ৱাৰ আছে অভিনেত্ৰীগৰাকীৰ । অভিনেত্ৰীগৰাকীয়ে নিজৰ ফেশ্বন চেন্স আৰু নিৰ্দোষ শৈলীৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । ড্ৰেছ আৰু গাউনত কেটৰিণাক যিমান ধুনীয়া দেখা যায়, পৰম্পৰাগত সাজ-পোছাকতো সমানে ধুনীয়া দেখা যায় । আজি পুৱা মুম্বাই বিমানবন্দৰত দেখা পোৱা গৈছিল অভিনেত্ৰীগৰাকীক ৷ হালধীয়া প্ৰিণ্টেড ছালৱাৰ চুট পৰিধান কৰি বিমানবন্দৰত উপস্থিত হয় অভিনেত্ৰীগৰাকী ৷

পৰম্পৰাগত সাজেৰে অনুৰাগীক আপ্লুত কৰিলে কেটৰিণা কাইফে

আজি পুৱা দেশী লুকত দেখা গ’ল কেটৰিণা কাইফক, যেতিয়া তেওঁ ধুনীয়া পৰম্পৰাগত সাজ-পোছাক পৰিধান মুম্বাই বিমানবন্দৰ উপস্থিত হয় । অভিনেত্ৰীগৰাকীয়ে বিমানবন্দৰৰ বাবে বাছি লৈছিল পাতল হালধীয়া ৰঙৰ কুৰ্তা চেট ৷ এই সাজত অভিনেত্ৰীগৰাকীক ষ্টাইলিছৰ লগতে সাজযোৰ আৰামদায়ক যেন দেখা পোৱা গৈছে । হালধীয়া ৰঙৰ পোছাকযোৰত সুন্দৰ ফুলৰ প্ৰিন্ট আছিল আৰু এযোৰ জুতাৰ সৈতে নিজৰ পৰম্পৰাগত লুকটো সম্পূৰ্ণ কৰিছিল । লগতে ছানগ্লাছ পৰিধান কৰি চুলিকোচা পনিটেইল বান্ধিছিল কেটৰিণাই ।

কেটৰিণাৰ এই পৰম্পৰাগত সাজ অনুৰাগীয়ে পছন্দ কৰিছে ৷ বহুতে কমেন্ট ছেকচনত কেটৰিণাৰ সৌন্দৰ্যৰ বিষয়ে প্ৰশংসা কৰিছে ৷ এজন অনুৰাগীয়ে লিখিছে, "তাই পাঞ্জাবী শৈলী গ্ৰহণ কৰিছে ।" আন এজন অনুৰাগীয়ে লিখিছে, “বহুত ধুনীয়া দেখা গৈছে ।” আন এগৰাকীয়ে লিখিছে, বিয়াৰ পিচত কেটৰিণাই সদায় চুট পিন্ধিবলৈ আৰম্ভ কৰিছে ৷ এজনে লিখিছে- মোৰ ভাল লাগে যে তাই সদায় সহজ আৰু ভাল সাজ-পোছাক পৰিধান কৰে আৰু কেটৰিণা বলীউডৰ অন্যতম কঠোৰ পৰিশ্ৰমী অভিনেত্ৰী ৷

কেটৰিণা কাইফৰ শেহতীয়া পৰম্পৰাগত লুক

কেটৰিণা কাইফে বিগত বহু সময় ধৰি নিজৰ পৰম্পৰা লুকেৰে সকলোকে মোহিত কৰি আহিছে ৷ কিছুদিন পূৰ্বে অভিনেত্ৰীগৰাকীয়ে অনামিকা খান্নাৰ ব্লাছ পিংক এম্ব্ৰয়ডাৰী কৰা অনাৰ্কালী ছুটত নিজৰ কেইখনমান ছবি শ্বেয়াৰ কৰিছিল । বিন্দিৰ লগতে ধুনীয়া ধুনীয়া আনুষংগিক বস্তুও পৰিধান কৰিছিল কেটে । ইফালে এই লুকটো স্বামী বিকি কৌশলেও বহুত পছন্দ কৰিছিল, লগতে পোষ্টটোত কমেণ্ট কৰিছিল ।

লগতে পঢ়ক: The Great Indian Family Trailer: বলৰামপুৰৰ ৰজা ভজন কুমাৰ, বিকি কৌশলৰ ছবিৰ ট্ৰেইলাৰে হাঁহিবলৈ বাধ্য কৰাব আপোনাকো, চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.