চিটাৰা ডেস্ক, ২৪ ডিচেম্বৰ: ২১ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছে শ্বাহৰুখ খানৰ বছৰটোৰ বহু প্ৰত্যাশিত ছবি ‘ডাংকি’ । ছবিখনে দৰ্শকৰ পৰা ভাল সঁহাৰি লাভ কৰিছে । ৩ দিনত ৭০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে কিং খানৰ ছবিখনে । কিন্তু ছবিখনৰ উন্মাদনাতকৈ সম্পূৰ্ণ ব্যতিক্ৰম উপাৰ্জনৰ সংখ্যা ৷ অৰ্থাৎ ছবিখনৰ যিমান উন্মাদনা দেখা গৈছে সিমান কিন্তু উপাৰ্জন হোৱা নাই ।
- " class="align-text-top noRightClick twitterSection" data="">
সেকনিল্কৰ প্ৰতিবেদন অনুসৰি প্ৰথম দিনাই ডাংকিয়ে ২৯.২ কোটি টকাৰে অ’পেনিং কৰিছিল । দ্বিতীয় দিনা ছবিখনে মাত্ৰ ২০.৫ কোটি টকাহে উপাৰ্জন কৰে । একে সময়তে ছবিখনৰ প্ৰথম শনিবাৰৰ উপাৰ্জনৰ সংখ্যাও পোহৰলৈ আহিছে, যাৰ মতে ছবিখনে দ্বিতীয় দিনতকৈ অধিক উপাৰ্জন কৰিছে । প্ৰতিবেদন অনুসৰি ডংকিয়ে তৃতীয় দিনা অৰ্থাৎ শনিবাৰে সকলো ভাষাতে ২৬ কোটি টকা উপাৰ্জন কৰিছে । ইয়াৰ লগে লগে ঘৰুৱা বক্স অফিচত কিং খানৰ ছবিখনৰ মুঠ সংগ্ৰহ হৈছেগৈ ৭৫.৩২ কোটি ।
-
December 23rd India Box Office
— Manobala Vijayabalan (@ManobalaV) December 24, 2023 " class="align-text-top noRightClick twitterSection" data="
#Prabhas' #Salaar vs #ShahRukhKhan's #Dunki
Salaar has SOLD a fantastic 18,93,174 tickets from 12959 shows with 48.43% occupancy.
National Chains
PVR - 1,80,047 - ₹ 6.82 cr
INOX - 1,30,135 - ₹ 4.50 cr
Cinepolis - 70,088 - ₹ 2.61 cr… pic.twitter.com/7rYWG8aWcq
">December 23rd India Box Office
— Manobala Vijayabalan (@ManobalaV) December 24, 2023
#Prabhas' #Salaar vs #ShahRukhKhan's #Dunki
Salaar has SOLD a fantastic 18,93,174 tickets from 12959 shows with 48.43% occupancy.
National Chains
PVR - 1,80,047 - ₹ 6.82 cr
INOX - 1,30,135 - ₹ 4.50 cr
Cinepolis - 70,088 - ₹ 2.61 cr… pic.twitter.com/7rYWG8aWcqDecember 23rd India Box Office
— Manobala Vijayabalan (@ManobalaV) December 24, 2023
#Prabhas' #Salaar vs #ShahRukhKhan's #Dunki
Salaar has SOLD a fantastic 18,93,174 tickets from 12959 shows with 48.43% occupancy.
National Chains
PVR - 1,80,047 - ₹ 6.82 cr
INOX - 1,30,135 - ₹ 4.50 cr
Cinepolis - 70,088 - ₹ 2.61 cr… pic.twitter.com/7rYWG8aWcq
‘ছালাৰ’ৰ পৰা বহুগুণে পিচ পৰি আছে ‘ডাংকি’
-
WW Box Office#Salaar Day 1 > #Dunki Day 1+2+3 combined.
— Manobala Vijayabalan (@ManobalaV) December 23, 2023 " class="align-text-top noRightClick twitterSection" data="
||#Prabhas | #ShahRukhKhan|| pic.twitter.com/dIZefz8CKJ
">WW Box Office#Salaar Day 1 > #Dunki Day 1+2+3 combined.
— Manobala Vijayabalan (@ManobalaV) December 23, 2023
||#Prabhas | #ShahRukhKhan|| pic.twitter.com/dIZefz8CKJWW Box Office#Salaar Day 1 > #Dunki Day 1+2+3 combined.
— Manobala Vijayabalan (@ManobalaV) December 23, 2023
||#Prabhas | #ShahRukhKhan|| pic.twitter.com/dIZefz8CKJ
উল্লেখ্য যে, বক্স অফিচত শ্বাহৰুখ খানৰ ছবি ডাংকিৰ সৈতে প্ৰভাসৰ ছবি ছালাৰৰ তীব্ৰ সংঘৰ্ষ হৈছে । ২১ ডিচেম্বৰত ডাংকি মুক্তি পোৱাৰ বিপৰীতে ২২ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছে ‘ছালাৰ’ । মনকৰিবলগীয়া বিষয় যে ছালাৰে অগ্ৰিম বুকিঙৰ পৰাই ডাংকিৰ প্ৰথম দিনাৰ উপাৰ্জনতকৈ অধিক উপাৰ্জন কৰিছিল । একে সময়তে মুক্তিৰ পিচতো ছালাৰে উপাৰ্জনৰ ক্ষেত্ৰতো ডাংকিক চেৰ পেলাবলৈ সক্ষম হৈছে । ডাংকিয়ে শনিবাৰৰ বাবে অগ্ৰিম বুকিঙত ১০ কোটি টকা উপাৰ্জন কৰিছিল । আনহাতে ছালাৰৰ ব্যৱসায় প্ৰায় দুগুণ, অৰ্থাৎ ছালাৰে উপাৰ্জন কৰে ১৯.৭ কোটি টকা ।
ডাংকিৰ বাজেট কিমান ?
-
#Dunki WW Box Office#ShahRukhKhan starrer witnesses drop on the second day.
— Manobala Vijayabalan (@ManobalaV) December 23, 2023 " class="align-text-top noRightClick twitterSection" data="
Day 1 - ₹ 57.43 cr
Day 2 - ₹ 45.10 cr
Total - ₹ 102.53 cr pic.twitter.com/iX5YKSZV7t
">#Dunki WW Box Office#ShahRukhKhan starrer witnesses drop on the second day.
— Manobala Vijayabalan (@ManobalaV) December 23, 2023
Day 1 - ₹ 57.43 cr
Day 2 - ₹ 45.10 cr
Total - ₹ 102.53 cr pic.twitter.com/iX5YKSZV7t#Dunki WW Box Office#ShahRukhKhan starrer witnesses drop on the second day.
— Manobala Vijayabalan (@ManobalaV) December 23, 2023
Day 1 - ₹ 57.43 cr
Day 2 - ₹ 45.10 cr
Total - ₹ 102.53 cr pic.twitter.com/iX5YKSZV7t
ডাংকি পৰিচালনা কৰিছে বলীউডৰ অন্যতম শ্ৰেষ্ঠ পৰিচালক ৰাজকুমাৰ হিৰাণীয়ে । শ্বাহৰুখ খান আৰু ৰাজকুমাৰে এই ছবিৰ জৰিয়তে প্ৰথমবাৰৰ বাবে একেলগে কাম কৰিছে । শ্বাহৰুখৰ উপৰিও তাপসী পান্নু, বিকি কৌশল আৰু বোমন ইৰাণীয়ে ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । খবৰ অনুসৰি ছবিখনৰ বাজেট হৈছে ৮৫ কোটি টকা ।
লগতে পঢ়ক: ডাংকিয়ে ভংগ কৰিব নোৱাৰিলে পাঠান-জৱানৰ উপাৰ্জন, প্ৰথম দিনা উপাৰ্জন কৰিলে মাত্ৰ ইমান