ETV Bharat / entertainment

Satish Kaushik: সতীশ কৌশিকৰ জন্মদিনত কান্দোনত ভাগি পৰিল অনুপম খেৰ

author img

By

Published : Apr 16, 2023, 3:40 PM IST

ঘনিষ্ঠ বন্ধু সতীশ কৌশিকৰ জন্মদিন উপলক্ষে অনিল কাপুৰ আৰু অনুপম খেৰে অভিনেতাজনক স্মৰণ কৰি চকুলো টোকা দেখা গ’ল (Satish Kaushik Night) ।

Anupam Kher breaks down in tears because of Anil Kapoor at Satish Kaushiks birth anniversary watch video
কান্দোনত ভাঙি পৰিল অনুপম-অনিল

চিটাৰা ডেস্ক, 16 এপ্ৰিল: সতীশ কৌশিকৰ ৬৭ সংখ্যক জন্মদিনত অনুপম খেৰে আয়োজন কৰে এক বিশেষ অনুষ্ঠান ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বি-টাউনৰ বহু চেলিব্ৰিটিয়ে (Satish Kaushik Night) । সতীশ কৌশিক নাইট নামেৰে নামকৰণ কৰা এই সংগীতানুষ্ঠানটিয়ে বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ বাবেও প্ৰয়াত অভিনেতাজনৰ স্মৃতি কঢ়িয়াই আনে (Anupam Kher breaks down in tears) ।

যশস্বী অভিনেতাগৰাকীৰ কন্যা বংশিকাই পিতৃৰ মৃত্যুৰ পিচত লিখা চিঠি এখন উচ্চস্বৰে পঢ়ি থকা দেখি সকলোৱে চকুলো টোকে (Satish Kaushiks birth anniversary) । ইফালে, অনুষ্ঠানটোৰ এটা ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত অনুপম খেৰে অনিল কাপুৰক মঞ্চলৈ মাতি অনাৰ সময়তে অনিল কাপুৰ আৰু অনুপম খেৰক হুমুনিয়াহ কাঢ়ি থকা দেখা গৈছে (Anil Kapoor at Satish Kaushik birth anniversary) ।

  • ये तय है कि जिन्हें हम प्यार करते है, उन सबको हमारी ज़िंदगी से एक ना एक दिन जाना है।और उनका स्थान कभी कोई ले ही नहीं सकता! पर हम उनकी यादें ताउम्र ज़िंदा रख सकते है! उनके जीये हुए जीवन की अच्छाई को याद करके! ये करना आसान नहीं होगा! हम हँसेंगे, छटपटायेगें, रोयेंगे. उदास होंगे।पर… pic.twitter.com/2pTtmWM3nj

    — Anupam Kher (@AnupamPKher) April 16, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

অনুপম খেৰে সতীশ কৌশিকৰ সৈতে শেহতীয়াকৈ হোৱা কথা-বতৰাৰ বিষয়ে অনুষ্ঠানটোত উপস্থিত থকা প্ৰত্যেকগৰাকী লোকক কোৱা দেখা গৈছে ভিডিঅ’টোত । ইয়াৰ পিচত অভিনেতাগৰাকীয়ে নিজৰ বন্ধু অনিল কাপুৰক মঞ্চলৈ উঠি আহিবলৈ কয় । অভিনেতাজনে প্ৰথমতে কিছু দ্বিধাবোধ কৰি চিৰিৰ পৰা নামি যায় যদিও শেষত হাৰ মানি চকুপানী নিয়ন্ত্ৰণ কৰিব নোৱাৰি পুনৰ নিজৰ আসনলৈ উভতি যায় । আবেগিক হৈ অনিল কাপুৰে অনুপম খেৰৰ লগত যাবলৈ অস্বীকাৰ কৰে আৰু বন্ধু অনুপমক তেওঁৰ অবিহনে অনুষ্ঠানটো চলাই নিবলৈ অনুৰোধ কৰে ।

পিচত অনুষ্ঠানটোত অনিলে প্ৰকাশ কৰে যে, তেওঁলোকে শেহতীয়াকৈ সহযোগিতা কৰা ছবি থাৰ (২০২২) চিত্ৰগ্ৰহণ কৰাৰ সময়ত সতীশ কৌশিকৰ মনটো ভাল নাছিল । অনিল কাপুৰে কয়, "আমি যেতিয়া থাৰৰ বাবে চিত্ৰগ্ৰহণ কৰি আছিলো তেতিয়া কৌশিকৰ মনটো ভাল নহয় বুলি ক’ব পাৰিছিলো আৰু মই তেওঁক কৈছিলো যে তেওঁৰ মনটো ভাল হ’বলৈ জিৰণি লওক আৰু মনটো ভাল হ’লেহে চেটলৈ উভতি আহিব । তেওঁৰ প্ৰতি মোৰ ইমান প্ৰবল অনুভৱ আছিল ।"

অনিল কাপুৰে লগতে কয়," মই তেওঁক কৈছিলো আপুনি যেতিয়া আপোনাৰ সুবিধা হয় তেতিয়াই আহে । আপুনি আৰাম কৰি বিৰতি লোৱা উচিত । মই তেওঁক সদায় কৈছিলো যে নিজৰ বাবে সময় উলিয়াওক ।" অৱশ্যে কৌশিকৰ মৃত্যুৰ সময়ত ভাৰতত নাছিল অনিল কাপুৰ ৷

লগতে পঢ়ক: Satish Kaushik : প্ৰয়াত অভিনেতা সতীশ কৌশিকৰ প্ৰাৰ্থনা সভা, চেলিব্ৰিটিৰ শোক প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.