ETV Bharat / entertainment

Maidaan teaser out: অজয় দেৱগণৰ অভিনীত ছবি মৈদানৰ টিজাৰ মুকলি - অজয় ​​দেৱগণৰ ছবি ময়দান

প্ৰিয়মণি, অজয় ​​দেৱগণৰ অভিনীত ছবি মৈদানৰ টিজাৰ মুকলি (Maidaan teaser out) । চাওক ছবিখনৰ টিজাৰ...

Ajay Devgan starrer film Maidaan teaser out, Watch
মৈদানৰ টিজাৰ মুকলি
author img

By

Published : Mar 30, 2023, 2:32 PM IST

চিটাৰা ডেস্ক, 30 মাৰ্চ: ৩০ মাৰ্চত অৰ্থাৎ বৃহস্পতিবাৰে মুক্তি পালে বলীউডৰ অভিনেতা অজয় ​​দেৱগণৰ অভিনীত ছবি মৈদানৰ টিজাৰ । এটা সত্য ঘটনাৰ আধাৰত নিৰ্মিত হৈছে মৈদান ছবিখন, য’ত অজয় ​​দেৱগণক এগৰাকী ফুটবল প্ৰশিক্ষকৰ চৰিত্ৰত দেখা পোৱা যাব । মুক্তি পোৱা মৈদানৰ টিজাৰটো ১ মিনিট ৩০ ছেকেণ্ডৰ (Maidaan Teaser Out) ।

ছবিখনৰ পৰিচালক অমিত শৰ্মা আৰু অজয় ​​দেৱগণে তেওঁলোকৰ অফিচিয়েল ইনষ্টাগ্ৰামত ছবিখনৰ টিজাৰ শ্বেয়াৰ কৰিছে ৷ টিজাৰ শ্বেয়াৰ কৰি কেপচনত লিখিছে, ‘মৈদানত নামিব 11 গৰাকী, কিন্তু দেখা যাব কেৱল এগৰাকীক হে ৷ এটা সঁচা কাহিনী । টিজাৰ মুকলি হৈছে ।" অজয়ৰ​ ​অভিনীত এই ছবিখন চলিত বৰ্ষৰ ২৩ জুনত ছবিগৃহত মুক্তি লাভ কৰিব (Ajay Devgan starrer film Maidaan) ৷

প্ৰায় দুবছৰ ধৰি চলি থকা প্ৰিয়মণি, অজয় ​​দেৱগণৰ অভিনীত ছবি ‘মৈদান’ টিজাৰত ১৯৫২ চনৰ পৰা ১৯৬২ চনলৈকে ফুটবলৰ সোণালী যুগৰ আভাস পোৱা দেখা পোৱা যায় । টিজাৰৰ কথা ক’বলৈ গ’লে টিজাৰৰ আৰম্ভণিতে ১৯৫২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ সময়ত ফিনলেণ্ডৰ হেলচিংকি ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনলৈ মন্তব্যকাৰীয়ে দৰ্শকক আদৰণি জনোৱাৰ পৰা আৰম্ভণি হয় (Maidaan release date)।

টিজাৰত উল্লেখ কৰা অনুসৰি ভাৰতীয় দলটোৱে যুগোস্লাভিয়াৰ অভিজ্ঞতা দলৰ বিৰুদ্ধে খেলপথাৰত নামে । টিজাৰত দেখুৱা অনুসৰি সেই সময়ছোৱাত ভাৰতীয় ফুটবল দলটোৱে দুবাৰকৈ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছিল, অৱশ্যে বহু অসুবিধাৰো সন্মুখীন হৈছিল ।

অজয় ​​দেৱগণৰ ছবি ময়দান ভাৰতৰ বাবে এজন অচিনাকি ব্যক্তিৰ সত্য কাহিনীৰ আধাৰত নিৰ্মিত কৰা হৈছে, যিজনে ভাৰতত এনে এক ইতিহাস আৰু অভিলেখ সৃষ্টি কৰিছে যি ইতিহাস বছৰ বছৰৰ পিচতো আমি সেই কৃতিত্বৰ মিল বিশ্বৰ আটাইতকৈ বেছি খেলা খেলখনত উপলব্ধী কৰিব নোৱাৰো । বাংলা অভিনেতা ৰুদ্ৰনীল ঘোষ, প্ৰিয়মণি আৰু গজৰাজ ৰাৱৰ অভিনীত এই ছবিখন ২০২৩ চনৰ ২৩ জুনত বিশ্বৰ চিনেমাগৃহত মুক্তি লাভ কৰিব ।

লগতে পঢ়ক: Maidaan Teaser: এই বিশেষ দিনটোত মুক্তি পাব ‘মৈদান’ৰ টিজাৰ, অজয় দেৱগণে অনুৰাগীক জনালে এই খবৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.