ETV Bharat / elections

কেন্দ্ৰত বিজেপি চৰকাৰ হোৱাৰ সম্ভাৱনা নাইঃ ফাৰহাদ হাকিম

author img

By

Published : Apr 9, 2019, 2:17 PM IST

কৰিমগঞ্জ লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী চন্দন দাসৰ হৈ প্ৰচাৰ চলায় পশ্চিমবংগৰ নগৰ উন্নয়ন মন্ত্ৰী ফাৰহাদ হাকিমে

ফাৰহাদ হাকিম

আলগাপুৰ, ৯ এপ্ৰিলঃ কৰিমগঞ্জ লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে পশ্চিমবংগ চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰী ফাৰহাদ হাকিম। সমষ্টিটোৰ তৃণমূল কংগ্ৰেছ দলৰ প্ৰাৰ্থী চন্দন দাসৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে চুবুৰীয়া ৰাজ্যখনৰ অন্যতম মন্ত্ৰীগৰাকীয়ে ।

ফাৰহাদ হাকিম

হাইলাকান্দি জিলাৰ আলগাপুৰত সোমবাৰে অনুষ্ঠিত হোৱা তৃণমূল কংগ্ৰেছৰ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে পশ্চিমবংগৰ মন্ত্ৰীগৰাকীয়ে । বিশেষকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত মমতা বেনাৰ্জীৰ মন্তব্যকে পুনৰাবৃত্তি কৰে হাকিমে ।

ফাৰহাদ হাকিম

বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কেন্দ্ৰত বিজেপি ক্ষমতাত অহাৰ সম্ভাৱনা নাই বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত কৰিব নোৱাৰে । নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ বিজেপিয়ে অসমত সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি কৰিবলৈ বিচাৰিছে বুলি বিস্ফোৰক মন্তব্য কৰে পশ্চিমবংগৰ মন্ত্ৰীগৰাকীয়ে ।

SLUG :: নাগৰিকত্ব সংশোধনী বিধেয়ক আইন হোৱাৰ সম্ভাবনা নাই! 

O/C :: নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত ৰূপান্তৰ হোৱাৰ সম্ভাবনা নাই। কিওনু আকৌ কেন্দ্ৰত বিজেপি চৰকাৰ হোৱাৰ সম্ভাবনা নাই। এই মন্তব্য পশ্চিম বঙ্গৰ নগৰ উন্নয়ন মন্ত্ৰী ফাৰহাদ হাকিমৰ। যোৱা কালি হাইলাকান্দি জিলাৰ আলগাপুৰত কৰিমগঞ্জ লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী চন্দন দাসৰ হৈ প্ৰচাৰ চলাবলৈ আহি এই মন্তব্য আগবৰায় ফাৰহাদ হাকিমে। লগতে তেওঁ বুজেপিয়ে NRCৰ জৰিয়তে অসমত সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি কৰিয়াছে বুলিও মন্তব্য আগবৰায়। ভাৰত চৰকাৰৰ NRC বাস্তবায়নৰ কোন সদিচ্ছা নাই বুলিও মন্তব্য কৰে বঙ্গৰ নেতা গৰাকীয়ে। 

Byte :: Farhad Hakim, Minister WB

#########
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.