ETV Bharat / elections

যাতায়াতৰ অসুবিধাকো নেঁওচি ভোটাৰ ৰাইজৰ হিলদল - voters cross the brahmaputra river to cast their votes

গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী আলিকাষ পাৰঘাটৰ পৰা শ-শ ৰাইজে গৰৈমাৰীৰ চৰ-চাপৰি অঞ্চলত ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হয় ৷

যাতায়াতৰ অসুবিধাকো নেঁওচি ভোটাৰ ৰাইজৰ হিলদল
author img

By

Published : Apr 23, 2019, 7:38 PM IST

ছয়গাঁও, 23 এপ্ৰিলঃ যাতায়াতৰ অসুবিধাক নেঁওচি গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ সহস্ৰাধিক ভোটাৰৰ ৷ গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত ছয়গাঁও বিধানসভা সমষ্টি আৰু বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত বাটাহীদিয়া, সৰলপাৰা, ক্ষেত্ৰপাৰা, কলতলি, পানীখাইটী, আৰিকাটি, বৰদিয়া, নয়াপাৰা আদি কৰি চৰাঞ্চলৰ 38 টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ভোটাৰৰ স্ৰোত ৷

যাতায়াতৰ অসুবিধাকো নেঁওচি ভোটাৰ ৰাইজৰ হিলদল

কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী আলিকাষ পাৰঘাটৰ পৰা এইদৰে সহস্ৰাধিক ৰাইজে গৰৈমাৰীৰ চৰ চাপৰি অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাঁওনা হয় । তেঁওলোকৰ এটাই আশা, নিৰ্বাচনত ভোট দিয়া প্ৰাৰ্থীয়ে জয়ী হৈ আহি তেঁওলোকৰ বৰ্তমানৰ অৱস্থা কিছুপৰিমানে হ'লেও উন্নত কৰিবলৈ সক্ষম হ'ব ৷ স্থানীয় সাংবাদিক কুলেন্দু কলিতাৰ এক প্ৰতিবেদন ৷

Intro:গুৱাহাটী লোকসভা সমষ্টিত আজি অনুষ্ঠিত হয় তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচন। এই নিৰ্বাচনত ভোটদান কৰাৰ বাবে যাতায়তৰ অসুবিধাকো নেওচি কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী আলিকাষ পাৰাঘাটৰ পৰা শ শ ৰাইজে গৰৈমাৰীৰ চৰ চাপৰি অঞ্চলত ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাউনা হয়।
Body:ছয়গাঁও বিধানসভা সমষ্টিৰ বাটাহীদিয়া, সৰলপাৰা, ক্ষেত্ৰপাৰা, কলতলি আদি কৰি ৮টা ভোটগ্ৰহণ কেন্দ্ৰত আৰু বকো বিধানসভা সমষ্টিৰ পানীখাইটী, আৰিকাটি, বৰদিয়া, নয়াপাৰা আদি কৰি চৰাঞ্চলৰ ৩৮ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।

Byte_ স্থানীয় ব্যক্তি।Conclusion:এই ভোটদান কাৰ্যক কেন্দ্ৰ কৰি আজি ব্ৰহ্মপুত্ৰ নদী ঘাটসমূহৰ পৰা যথেষ্ট মটৰচালিত নাওৰ চলাচল পৰিলক্ষিত হৈছে।

BYTE_ নাওৰীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.