তেজপুৰ, ১০ এপ্ৰিলঃ বুধবাৰে ৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইতিমধ্যেই এই নিৰ্বাচন প্ৰক্ৰিয়াৰ বাবে আৰক্ষী তথা প্ৰশাসনে কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা । ডিব্ৰুগড়,লখিমপুৰ,কলিয়াবৰ,যোৰহাটৰ সমান্তৰালকৈ তেজপুৰটো অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন প্ৰক্ৰিয়া । এই নিৰ্বাচন প্ৰক্ৰিয়াৰ বাবে ৯নং তেজপুৰ লোকসভা সমষ্টিত নিয়োগ কৰা হৈছে 6112 জন নিৰ্বাচনী বিষয়া । মুঠ 14,98,878 জন ভোটাৰেৰে তেজপুৰ লোকসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচনী প্ৰক্ৰিয়াৰ বাবে 1,880 পলিং ষ্টেচনৰ ব্যৱস্থা কৰা হৈছে । ইপিনে, তেজপুৰত এইবাৰ মহিলাৰ বাবে সংৰক্ষণ কৰা হৈছে ৩০ টাকৈ ভোট গ্ৰহণ কেন্দ্ৰ। বুধবাৰে তেজপুৰ দৰং মহাবিদ্যালয়ত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে চাওক ই.টি.ভি.ভাৰতৰ সাংবাদিকে যুগুত কৰা এক প্ৰতিবেদন
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতি তেজপুৰ লোকসভা সমষ্টিত - ভোটগ্ৰহণ প্ৰক্ৰিয়া
তেজপুৰ লোকসভা সমষ্টিত নিয়োগ কৰা হৈছে 6112 জন নিৰ্বাচনী বিষয়া, ইতিমধ্যেই এই নিৰ্বাচন প্ৰক্ৰিয়াৰ বাবে আৰক্ষী তথা প্ৰশাসনে কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা
তেজপুৰ, ১০ এপ্ৰিলঃ বুধবাৰে ৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইতিমধ্যেই এই নিৰ্বাচন প্ৰক্ৰিয়াৰ বাবে আৰক্ষী তথা প্ৰশাসনে কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা । ডিব্ৰুগড়,লখিমপুৰ,কলিয়াবৰ,যোৰহাটৰ সমান্তৰালকৈ তেজপুৰটো অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন প্ৰক্ৰিয়া । এই নিৰ্বাচন প্ৰক্ৰিয়াৰ বাবে ৯নং তেজপুৰ লোকসভা সমষ্টিত নিয়োগ কৰা হৈছে 6112 জন নিৰ্বাচনী বিষয়া । মুঠ 14,98,878 জন ভোটাৰেৰে তেজপুৰ লোকসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচনী প্ৰক্ৰিয়াৰ বাবে 1,880 পলিং ষ্টেচনৰ ব্যৱস্থা কৰা হৈছে । ইপিনে, তেজপুৰত এইবাৰ মহিলাৰ বাবে সংৰক্ষণ কৰা হৈছে ৩০ টাকৈ ভোট গ্ৰহণ কেন্দ্ৰ। বুধবাৰে তেজপুৰ দৰং মহাবিদ্যালয়ত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে চাওক ই.টি.ভি.ভাৰতৰ সাংবাদিকে যুগুত কৰা এক প্ৰতিবেদন
আনহাতে শোণিতপুৰ জিলাৰ 5 টা বিধান সভা সমষ্টিৰ বাবে 1,118 পোলিং ষ্টেছন ।তেজপুৰত এই বাৰ 30 টা মহিলাৰে সংৰক্ষণ ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে ।
Body:DL
Conclusion:প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত তেজপুৰ ।
10/4/19