ETV Bharat / elections

সংখ্যালঘুক সুৰক্ষা দিব অগপইঃ কুমাৰ দীপক দাস

কংগ্ৰেছক অপসংস্কৃিতৰ বাহক বুলি কৈ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেক জাতীয় চেতনা বিৰোধী বুলি অভিযোগ কৰে কুমাৰ দীপক দাসে ৷ দাসৰ সৈতে উপস্থিত থাকে উত্তৰ অভয়াপুৰীৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায় ৷ ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধক বিফল বুলি আখ্যা দিয়ে ভূপেন ৰায়ে ৷

author img

By

Published : Apr 17, 2019, 10:25 PM IST

CABৰ বিৰোধিতা আৰু সংখ্যালঘু ৰাইজক সুৰক্ষা দিব অগপই :কুমাৰ দীপক দাসৰ

উত্তৰ অভয়াপুৰী, 17 এপ্ৰিল: বুধবাৰে বঙাইগাঁৱৰ উত্তৰ অভয়াপুৰীৰ কীৰ্তনপাৰাত মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসে নিৰ্বাচনী প্ৰচাৰ চলায় । সভাত ভাষণ দি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা আৰু সংখ্যালঘু ৰাইজক অগপই সুৰক্ষা দিব বুলি আশ্বাস দিয়ে প্ৰাৰ্থীগৰাকীয়ে ।

CABৰ বিৰোধিতা আৰু সংখ্যালঘু ৰাইজক সুৰক্ষা দিব অগপই :কুমাৰ দীপক দাসৰ

তদুপৰি কংগ্ৰেছক অপসংস্কৃিতৰ বাহক বুলি কৈ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেক জাতীয় চেতনা বিৰোধী বুলি অভিযোগ কৰে কুমাৰ দীপক দাসে ৷ দাসৰ সৈতে উপস্থিত থাকে উত্তৰ অভয়াপুৰীৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায় ৷ ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধক বিফল বুলি আখ্যা দিয়ে ভূপেন ৰায়ে ৷

Intro:উত্তৰ অভয়াপুৰীৰ কীৰ্ত্তন পাৰাত নিৰ্বাচনী সভাত অ গ প, বিজেপিৰ মিত্ৰজোটৰ প্ৰাৰ্থী কুমাৰ দীপক দাস। CABৰ বিৰোধিতা কৰিব অগপই। সংখ্যালঘু ৰাইজক সুৰক্ষা দিব অগপই।Body:সমাগত লোক সভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিত প্ৰচাৰ তুংগত। কংগ্ৰেছ, এ আই ইউ ডি এফৰ পিছত এইবাৰ কীৰ্ত্তন পাৰাত অগপৰ নিৰ্বাচনী প্ৰচাৰ।বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰীৰ কীৰ্ত্তন পাৰাত সংখ্যালঘু ভোটাৰক আকৃষ্ট কৰিবলৈ অগপ বিজেপিৰ মিত্ৰজোটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ নিৰ্বাচনী প্ৰচাৰ সভা ।সভাৰ আৰম্ভণিতে বিহু নৃত্যৰে ৰাইজক আকৰ্ষিত কৰাৰ চেষ্টা। উজনীত সংখ্যালঘুৰ বিৰোধিতা কৰি নামনীৰ কীৰ্ত্তন পাৰাত সংখ্যালঘুক আশ্বাস। CABৰ বিৰোধিতা কৰিব অগপই। সংখ্যালঘুক সুৰক্ষা প্ৰদান কৰিব অগপ বিজেপিৰ চৰকাৰে।ভাষণত কংগ্ৰেছ এ আই ইউ ডি এফক সমালোচনা কৰে দীপক দাসে। Conclusion:কুমাৰ দীপক দাসৰ মন্তব্য।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.