ETV Bharat / elections

32 বাৰ পৰাজয়ৰ পিচটো হাৰ নমনা এগৰাকী 84 বছৰীয়া বৃদ্ধ

author img

By

Published : Apr 6, 2019, 9:29 AM IST

এয়া ওড়িশাৰ ডাঃ শ্যাম বাবু সুবুধি, যিয়ে 1962 চনৰ পৰাই নিৰ্বাচনৰ প্ৰতিদ্বন্দিতা কৰি আহিছে ৷

সৌজন্যঃ ANI

নিউজ ডেস্ক, 6 এপ্ৰিলঃ এগৰাকী 84 বছৰীয়া বৃদ্ধ যিয়ে 1962 চনৰ পৰাই লোকসভা আৰু বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি আহিছে আৰু প্ৰত্যেক বাৰেই নিৰ্বাচনত পৰাজিত হৈ আহিছে ৷ কোন এইগৰাকী ব্যক্তি, চাওঁক এই প্ৰতিবেদন ৷

এওঁৰ নাম ডাঃ শ্যাম বাবু সুবুধি, যিয়ে 1962 চনৰ পৰাই লোকসভা আৰু বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি আহিছে ৷ যিটো সময়ত সকলোৱে নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে, সেই সময়তে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ ওলাইছে এইগৰাকী ব্যক্তিয়ে ৷

সৌজন্যঃ ANI

বৰ্তমান সময়লৈ ৰাজ্যসভা, লোকসভা আৰু বিধানসভা নিৰ্বাচনত সৰ্বমুঠ 32 বাৰ প্ৰতিদ্বন্দিতা কৰিছে ডাঃ শ্যাম বাবু সুবুধিয়ে ৷ ইয়াৰ ভিতৰত আস্কা আৰু বঢ়মপুৰ সমষ্টিৰ পৰা 20 বাৰ, জিনঝিৰি সমষ্টিৰ পৰা 5 বাৰ, 2 বাৰ কবি সূৰ্য্য নগৰ আৰু 2 বাৰ বঢ়মপুৰ লোকসভা সমষ্টিৰ লগতে অন্যান্য সমষ্টিকে ধৰি সৰ্বমুঠ 32 বাৰ প্ৰতিদ্বন্দিতা কৰিছে আৰু প্ৰত্যেক বাৰেই নিৰ্বাচনত হাৰি আহিছে ৷

32 বাৰ পৰাজয়, তথাপিও হাৰ নমনা এইগৰাকী প্ৰাৰ্থীয়ে লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ ৰাজ্যখনত হ'বলগীয়া বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ৷ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিবলগীয়া প্ৰাৰ্থীগৰাকীৰ প্ৰতীক চিহ্ন হ'ব, "Prime Minister Candidate" বুলি লিখা থকা এখন ক্ৰিকেট বেট ৷

After 32 losses this 84 Year old Babu Subudhi all set to Contest LS Elections 

Loksabha Election 2019 
Babu Subudhi  
84 Year Old 
32 Losses 
লোকসভা নিৰ্বাচন 2019
বাবু সুবুধি 
84 বছৰীয়া বৃদ্ধ 
32 হাৰ 

32 বাৰ পৰাজয়ৰ পিচটো হাৰ নমনা এগৰাকী 84 বছৰীয়া বৃদ্ধ 

এয়া ওড়িশ্যাৰ ডাঃ শ্যাম বাবু সুবুধি, যিয়ে 1962 চনৰ পৰাই নিৰ্বাচনৰ প্ৰতিদ্বন্দিতা কৰি আহিছে ৷ 

নিউজ ডেস্ক, 6 এপ্ৰিলঃ এগৰাকী 84 বছৰীয়া বৃদ্ধ যিয়ে 1962 চনৰ পৰাই লোকসভা আৰু বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি আহিছে আৰু প্ৰত্যেক বাৰেই নিৰ্বাচনত পৰাজিত হৈ আহিছে ৷ কোন এইগৰাকী ব্যক্তি, চাঁওক  এই প্ৰতিবেদন ৷ 

এঁওৰ নাম ডাঃ শ্যাম বাবু সুবুধি, যিয়ে 1962 চনৰ পৰাই লোকসভা আৰু বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি আহিছে ৷ যিটো সময়ত সকলোৱে নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে, সেই সময়তে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ ওলাইছে এইগৰাকী ব্যক্তিয়ে ৷ 

বৰ্তমান সময়লৈ ৰাজ্যসভা, লোকসভা আৰু বিধানসভা নিৰ্বাচনত সৰ্বমুঠ 32 বাৰ প্ৰতিদ্বন্দিতা কৰিছে ডাঃ শ্যাম বাবু সুবুধিয়ে ৷ ইয়াৰ ভিতৰত আস্কা আৰু বঢ়মপুৰ সমষ্টিৰ পৰা 20 বাৰ, জিনঝিৰি সমষ্টিৰ পৰা 5 বাৰ, 2 বাৰ কবি সূৰ্য্য নগৰ আৰু 2 বাৰ বঢ়মপুৰ লোকসভা সমষ্টিৰ লগতে অন্যান্য সমষ্টিকে ধৰি সৰ্বমুঠ 32 বাৰ প্ৰতিদ্বন্দিতা কৰিছে আৰু প্ৰত্যেক বাৰেই নিৰ্বাচনত হাৰি আহিছে ৷ 

32 বাৰ পৰাজয়, তথাপিও হাৰ নমনা এইগৰাকী প্ৰাৰ্থীয়ে লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ ৰাজ্যখনত হ'বলগীয়া বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ৷ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিবলগীয়া প্ৰাৰ্থীগৰাকীৰ প্ৰতীকচিহ্ন হ'ব, "Prime Minister Candidate" বুলি লিখা থকা এখন ক্ৰিকেট বেট ৷ 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.