ETV Bharat / crime

পাঠশালাত বন বিভাগৰ অভিযানত জব্দ শালকাঠ - বন বিভাগৰ অভিযানত জব্দ শালকাঠ

পাঠশালা বন সংমণ্ডলৰ বিষয়াই কোনো ধৰণৰ বিভাগীয় ছীল-মোহৰ নোহোৱা শালকাঠ ভৰ্তি এখন বাহন জব্দ কৰে ৷ গাড়ীখন পিঠাদীৰৰ পৰা কয়াকুছি অভিমুখে বিক্ৰীৰ বাবে অনা হৈছিল ৷

illegal-wood-seized-by-forest-officer
পাঠশালা বন সংমণ্ডলৰ বিষয়াই জব্দ কৰিলে শাল কাঠ
author img

By

Published : Apr 19, 2021, 9:06 PM IST

পাঠশালা,19 এপ্ৰিল: পাঠশালা বন সংমণ্ডলৰ বিষয়াই সোমবাৰে জব্দ কৰে অবৈধ শাল কাঠ ভৰ্তি এখন বাহন ৷ অবৈধ চালানেৰে বাহনখনত কঢ়িয়াই অনা হৈছিল কাঠসমূহ । নথি-পত্ৰসমূহত বিভাগীয় ছীল-মোহৰ নোহোৱাৰ বাবে সন্দেহ উপজি বন বিভাগে তালাচী চলাই জব্দ কৰে বাহনখন ।

পাঠশালাত বন বিভাগৰ অভিযানত জব্দ শালকাঠ

পিঠাদীৰৰ পৰা কয়াকুছি অভিমুখে আহি থকা বাহনখনৰ কাঠখিনি বিক্ৰীৰ বাবে অনা হৈছিল বুলি ব্যক্ত কৰিছে বাহনখনৰ চালকে ৷ এই অবৈধ কাঠসমূহ সৰ্বেশ্বৰ আলীৰ বুলি জানিব পৰা গৈছে ৷ পাঠশালা বন সংমণ্ডলৰ বিষয়াই জব্দ কৰা বাহনখন বৰপেটাৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক : ৮ মে'লৈ বন্ধ বৰপেটাৰ প্ৰাথমিক বিদ্যালয়সমূহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.