ETV Bharat / crime

টিংখাঙত ড্ৰাগছৰ ঘাটি উৎখাত - টিংখাং আৰক্ষী

টিংখাঙৰ সাপকাইটৰ এটা ঘৰৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধনসহ নিচাযুক্ত সামগ্ৰীত ব্যৱহৃত ভালেমান সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে টিংখাং আৰক্ষী ।

টিংখাঙত ড্ৰাগছৰ ঘাটি উৎখাট
টিংখাঙত ড্ৰাগছৰ ঘাটি উৎখাট
author img

By

Published : Mar 2, 2021, 10:00 AM IST

Updated : Mar 3, 2021, 2:47 PM IST

টিংখাং,2 মাৰ্চ: সোমবাৰে টিংখাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা এটা দলে অভিযান চলাই টিংখাঙৰ সাপকাইটৰ এটা ঘৰৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধনসহ নিচাযুক্ত সামগ্ৰীত ব্যৱহৃত ভালেমান সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখযোগ্য যে, আৰক্ষীয়ে ঘটনাৰ লগত জড়িত মুন দে নামৰ এজন যুৱকক আটক কৰে ৷ ধৃত মুন দে নামৰ ব্যক্তিজনে দীৰ্ঘদিন ধৰি অঞ্চলটোত নিচাযুক্ত সামগ্ৰী যেনে কানি, ভাং, ড্ৰাগছ আদিৰ ৰমৰমীয়া বেহা চলাই আহিছিল ।

লগতে পঢ়কঃ বিজেপি-অগপৰ আসন বুজাবুজি ৯৫ শতাংশ সম্পূৰ্ণ : হিমন্ত বিশ্ব

Last Updated : Mar 3, 2021, 2:47 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.