ETV Bharat / city

তিনিচুকীয়াত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়

author img

By

Published : Jun 26, 2019, 9:21 PM IST

তিনিচুকীয়াৰ মাৰ্ঘেৰিটা আৰু ডুমডুমাত জব্দ কৰা হৈছে বহুসংখ্যক চোৰাং কাঠ । স্থানীয় ৰাইজ তথা আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ কৰা হয় কাঠখিনি ।

চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়

তিনিচুকীয়া, ২৬ জুন : মাৰ্ঘেৰিটাৰ লেখাজান খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাত জব্দ হৈছে চোৰাং কাঠৰ কুণ্ডা । লিখাজান গেটত মঙলবাৰে নিশা চাৰি খনকৈ বাহনত কঢ়িয়াই নিয়া কাঠসমূহ উদ্ধাৰ কৰে স্থানীয় ৰাইজ তথা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই । অভিযোগ অনুসৰি, দুস্কৃতিকাৰীয়ে দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলৰ পৰা এই কাঠৰ কুণ্ডাখিনি কাটি মাৰ্ঘেৰিটালৈ আনিছিল । সেই নিশাই কুণ্ডাখিনি জব্দ কৰি খণ্ড বিষয়াক খবৰ দিয়ে যদিও বৰ্তমানলৈকে বন কাৰ্যালয়টোত উপস্থিত হোৱা নাই উৰ্ধতন কৰ্তৃপক্ষ ।

চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়

একেদৰে ডুমডুমাতো অৰুণাচলৰ পৰা ডিৰাক - ফিল'বাৰী হৈ তিনিচুকীয়ালৈ যোৱা দুখন অবৈধ কাঠ ভৰ্তি ডি আই গাড়ী জব্দ কৰে ফিল'বাৰী আৰক্ষীয়ে । ইয়াৰ পাছতে কাঠখিনি ডুমডুমা বন বিভাগক চমজায় দিয়ে আৰক্ষীয়ে । উল্লেখযোগ্য যে, এই চোৰাং গাড়ীকেইখন পুৱাৰ ভাগতেই কেইবাখনো আৰক্ষী থানা পাৰ হৈ আহে যদিও আৰক্ষীয়ে কোনো গুৰুত্বপূৰ্ণ ভূমিকা পালন নকৰিলে ।

ETV BHARAT ASSAM

Intro:
ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত মাৰ্ঘেৰিটাৰ লেখাজান খণ্ড বন কাৰ্যালয়ৰ অন্তুৰ্গত অসম অৰুণাচল সীমান্তুবৰ্তী লিখাজানৰ গেটত কালি নিশা এখন খন মেক্স পিকআপ ভান আৰু তিনিখন টিচি ট্ৰাকেৰে আনি থকা চোৰাং কুণ্ডা তথা এই কুণ্ডা বোজাই কামত ব্যৱহ্নত জেচিবি স্থানীয় ৰাইজ আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কৰ্মীয়ে জব্দ কৰে । দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলৰ পৰা কুণ্ডা খিনি কাটি অনাৰ অভিযোগ । মাৰ্ঘেৰিটালৈ কুণ্ডা খিনি আনি আছিল দুস্কৃতিকাৰীয়ে । গুৰুত্বপৃৰ্ণ কথা কালি নিশাই কুণ্ডা খিনি জব্দ কৰি খণ্ড বন বিষয়াক খবৰ দিয়ে যদিও এতিয়া লৈকে বন কাৰ্যালয়টোত উপস্থিত হোৱা নাই ।Body:Byte-leader
Byte-leaderConclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.