ETV Bharat / city

পেঙেৰীত ৩ নং গাৰোৱাল ৰাইফলচৰ উদ্যোগত মিনি মাৰাথন

author img

By

Published : Dec 6, 2020, 3:55 PM IST

প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত জন সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে ভাৰতীয় সেনা বাহিনীৰ ৩ নং গাৰোৱাল ৰাইফলচৰ উদ্যোগত মাৰাথন দৌৰৰ প্ৰতিযোগিতাৰ আয়োজন ৷ প্ৰতিযোগিতাত যুৱকসকলৰ বাবে পাঁচ কিঃ মিঃ আৰু যুৱতী সকলৰ বাবে তিনি কিঃমিঃ দূৰত্ব নিৰ্ধাৰণ কৰা হ'য়।

The Mini Marathon Race
মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা

ডুমডুমা, 6 নৱেম্বৰঃ তিনিচুকীয়া জিলাৰ পেঙেৰীৰ ভাৰতীয় সেনা বাহিনীৰ ৩ নং গাৰোৱাল ৰাইফলচৰ উদ্যোগত অঞ্চলটোৰ যুৱক-যুৱতী সকলৰ মাজত দেওবাৰে এক মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা আয়োজন কৰা হয় । এই প্ৰতিযোগিতাত যুৱকসকলৰ বাবে পাঁচ কিঃ মিঃ আৰু যুৱতী সকলৰ বাবে তিনি কিঃমিঃ দূৰত্ব নিৰ্ধাৰণ কৰা হ'য় ।

The Mini Marathon Race
মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা

উল্লেখ্য যে, বনাঞ্চল সমূহৰ লগতে গছ-গছনিৰ সুৰক্ষাৰ সম্পৰ্কত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে পেঙেৰীস্থিত ভাৰতীয় সেনাৰ ৩ নং গাৰোৱাল ৰাইফলচে এই পদক্ষেপ গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে স্থানীয় লোকে । ইফালে, এই দৌৰ প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানৰ প্ৰাক ক্ষণত কেইবাটাও সংস্কৃতিক দলেও নৃত্য প্ৰদৰ্শন কৰে ।

মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা

লগতে পঢ়কঃ হাগ্ৰামাক জেললৈ পঠিয়ালে হিমন্তকো পঠাব লাগিব : আব্দুল খালেক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.