ETV Bharat / city

নিৰ্মূল হওক ড্ৰাগছ : জয় হওক ফুটবলৰ

author img

By

Published : Jul 19, 2019, 12:24 PM IST

তিনিচুকীয়া জিলাৰ পেঙেৰীত ড্ৰাগছ, কানি আৰু আন নিচাযুক্ত দ্ৰব্য প্ৰচলন নিয়ন্ত্ৰণৰ বাবে সেনাই লৈছে অভিনৱ পদক্ষেপ । 'য়েছ টু ফুটবল, ন' টু ড্ৰাগছ থাউজেণ্ড গ'ল " শীৰ্ষক ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি ।

'য়েছ টু ফুটবল, ন' টু ড্ৰাগছ থাউজেণ্ড গ'ল " শীৰ্ষক ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি

পেঙেৰী, ১৯ জুলাই : যি সময়ত ৰাজ্যৰ যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছকে অদি কৰি নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ ব্যপক হাৰত বৃদ্ধি পাইছে তেনে এক সময়তে যুৱ সমাজৰ কল্যাণৰ হকে সেনাৰ পেঙেৰীস্থিত শিবিৰৰ ৩ নং গাৰৱাল ৰাইফালছৰ উদ্যোগত আয়োজন কৰা হয় 'য়েছ টু ফুটবল, ন' টু ড্ৰাগছ -থাউজেণ্ড গ'ল " নামে এক ফুটবল প্ৰতিযোগিতা । এই পদক্ষেপে বৃহত্তৰ পেঙেৰী অঞ্চলটোত ব্যাপক হাৰত বৃদ্ধি পোৱা ড্ৰাগছ, কানি আৰু মাদক দ্ৰব্যৰ অবাধ প্ৰচলন নিয়ন্ত্ৰণৰ কৰিব বুলি সেনাই আশা প্ৰকাশ কৰে । সেনাৰ সূত্ৰই কয় যে ইয়াৰ দ্বাৰা জনসাধাৰণৰ মাজত নিচামুক্তিৰ ওপৰত সজাগতা বৃদ্ধি কৰাৰ লগতে গাঁৱৰ উঠি অহা প্ৰতিভাবান যুৱক সকলক ফুটবলৰ প্ৰতি উৎসাহিত কৰিব পৰা যাব । পেঙেৰীৰ খাটাংপানী চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত এই টুৰ্ণামেণ্টৰ ফাইনেল খেলখন যোৱা কালি অনুষ্ঠিত হৈ যায় । মুঠ ১৬টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ ফাইনেল নাগাপথাৰ এফ চি বনাম খামংপথাৰ এফ চিৰ মাজত অনুষ্ঠিত হয় য'ত দুয়োটা দলে সমান গ'ল দিয়াত টাই ব্ৰেকাৰ পদ্ধতিৰে খামানপথাৰ এফ চি এ ৪-১ গ'লৰ ব্যৱধানত নগাপথাৰ এফ চি ক পৰাজিত কৰি চেম্পিয়ন দলৰ খিতাপ অৰ্জন কৰে । খেলৰ শেষত মুখ্য অতিথি হিচাপে উপস্থিত থকা কামাণ্ডিং অফিচাৰ কৰ্ণেল যোগেন্দৰ স্বনাই বিজয়ী দলক বঁটা প্ৰদান কৰে । প্ৰতিযোগিতাখনক লৈ অঞ্চলটোৰ জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হয় ।

নিপাত যাওক ড্ৰাগছ : জয় হওক ফুটবলৰ

Intro:Slug---পেঙেৰীত ব্যাপক হাৰত বৃদ্ধি পোৱা ড্ৰাগছ, কানি আৰু মাদক দ্ৰব্য প্ৰচলন নিয়ন্ত্ৰণৰ প্ৰচেষ্টাৰে আয়োজন কৰা 'য়েছ টু ফুটবল, ন' টু ড্ৰাগছ -থাউজেণ্ড গ'ল " শীৰ্ষক ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি।

Anchor/V.O.---ভাৰতীয় সেনাৰ পেঙেৰীস্থিত শিবিৰৰ ৩ নং গাৰৱাল ৰাইফালছৰ উদ্যোগত আৰু পেঙেৰীৰ বিভিন্ন দল সংগঠনৰ সহযোগত যোৱা দহ জুলাই পৰা পেঙেৰীত অনুষ্ঠিত " য়েছ টু ফুটবল, ন' টু ড্ৰাগছ -থাউজেণ্ড গ'ল " শীৰ্ষক ফুটবল প্ৰতিযোগিতাৰ যোৱা কালি সফল সামৰণি পৰে। বৃহত্তৰ পেঙেৰী অঞ্চলটোত ব্যাপক হাৰত বৃদ্ধি পোৱা ড্ৰাগছ, কানি আৰু মাদক দ্ৰব্যৰ অবাধ প্ৰচলন নিয়ন্ত্ৰণৰ লক্ষ্যৰে পেঙেৰী স্থিত ভাৰতীয় এই সকল সেনাই বহুতো অভিযান চলাই অহাৰ সমান্তৰালকৈ গাঁওৰ উঠি অহা প্ৰতিভামান যুৱক সকলক খেলত উৎসাহিত কৰাৰ প্ৰয়াসেৰে পেঙেৰীৰ খাটাংপানী চাহ বাগিচাৰ খেলপথাৰত এই আকৰ্ষণীয় ফুটবল খেলখন অনুষ্ঠিত হয়।

ড্ৰাগছ বিৰোধী অভিযানৰ লক্ষ্যৰে আৰম্ভ কৰা ১৬ টা দলৰ অংশ গ্ৰহণৰ এই ফুটবল টুৰ্ণামেণ্ট ৰ যোৱা কালি আয়োজিত চূড়ান্ত খেলখন নাগাপথাৰ এফ চি বনাম খামংপথাৰ এফ চিৰ মাজত অনুষ্ঠিত হয় য'ত দুয়োটা দলে সমান গ'ল দিয়াত টাই ব্ৰেকাৰ পদ্ধতিৰে খামানপথাৰ এফ চি এ ৪-১ গ'লৰ ব্যৱধানত নগাপথাৰ এফ চি ক পৰাজিত কৰি চেম্পিয়ন দলৰ খিতাপ অৰ্জন কৰে।
খেলৰ অন্তত মুখ্য অতিথি হিচাপে উপস্থিত থকা কামাণ্ডিং অফিচাৰ কৰ্ণেল যোগেন্দৰ স্বনাই বিজয়ী দলক বঁটা বিতৰণ কৰে।

Byte--পেঙেৰীৰ দল সংগঠনৰ বিষয়ববীয়া।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Body:Slug---পেঙেৰীত ব্যাপক হাৰত বৃদ্ধি পোৱা ড্ৰাগছ, কানি আৰু মাদক দ্ৰব্য প্ৰচলন নিয়ন্ত্ৰণৰ প্ৰচেষ্টাৰে আয়োজন কৰা 'য়েছ টু ফুটবল, ন' টু ড্ৰাগছ -থাউজেণ্ড গ'ল " শীৰ্ষক ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি।

Anchor/V.O.---ভাৰতীয় সেনাৰ পেঙেৰীস্থিত শিবিৰৰ ৩ নং গাৰৱাল ৰাইফালছৰ উদ্যোগত আৰু পেঙেৰীৰ বিভিন্ন দল সংগঠনৰ সহযোগত যোৱা দহ জুলাই পৰা পেঙেৰীত অনুষ্ঠিত " য়েছ টু ফুটবল, ন' টু ড্ৰাগছ -থাউজেণ্ড গ'ল " শীৰ্ষক ফুটবল প্ৰতিযোগিতাৰ যোৱা কালি সফল সামৰণি পৰে। বৃহত্তৰ পেঙেৰী অঞ্চলটোত ব্যাপক হাৰত বৃদ্ধি পোৱা ড্ৰাগছ, কানি আৰু মাদক দ্ৰব্যৰ অবাধ প্ৰচলন নিয়ন্ত্ৰণৰ লক্ষ্যৰে পেঙেৰী স্থিত ভাৰতীয় এই সকল সেনাই বহুতো অভিযান চলাই অহাৰ সমান্তৰালকৈ গাঁওৰ উঠি অহা প্ৰতিভামান যুৱক সকলক খেলত উৎসাহিত কৰাৰ প্ৰয়াসেৰে পেঙেৰীৰ খাটাংপানী চাহ বাগিচাৰ খেলপথাৰত এই আকৰ্ষণীয় ফুটবল খেলখন অনুষ্ঠিত হয়।

ড্ৰাগছ বিৰোধী অভিযানৰ লক্ষ্যৰে আৰম্ভ কৰা ১৬ টা দলৰ অংশ গ্ৰহণৰ এই ফুটবল টুৰ্ণামেণ্ট ৰ যোৱা কালি আয়োজিত চূড়ান্ত খেলখন নাগাপথাৰ এফ চি বনাম খামংপথাৰ এফ চিৰ মাজত অনুষ্ঠিত হয় য'ত দুয়োটা দলে সমান গ'ল দিয়াত টাই ব্ৰেকাৰ পদ্ধতিৰে খামানপথাৰ এফ চি এ ৪-১ গ'লৰ ব্যৱধানত নগাপথাৰ এফ চি ক পৰাজিত কৰি চেম্পিয়ন দলৰ খিতাপ অৰ্জন কৰে।
খেলৰ অন্তত মুখ্য অতিথি হিচাপে উপস্থিত থকা কামাণ্ডিং অফিচাৰ কৰ্ণেল যোগেন্দৰ স্বনাই বিজয়ী দলক বঁটা বিতৰণ কৰে।

Byte--পেঙেৰীৰ দল সংগঠনৰ বিষয়ববীয়া।

#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।Conclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.