ETV Bharat / city

হৃদৰোগত আক্ৰান্ত হৈ সঞ্জয় কিষানৰ দলীয় কৰ্মীৰ মৃত্যু - হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় সঞ্জয় কিষানৰ সমৰ্থকে

শনিবাৰে 122 নং তিনিচুকীয়া বিধানসভা সমষ্টিত সংঘটিত হৈছে মৰ্মান্তিক ঘটনা ৷ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় সঞ্জয় কিষানৰ সমৰ্থকে ৷

হৃদৰোগত আক্ৰান্ত হৈ সঞ্জয় কিষানৰ দলীয় কৰ্মীৰ মৃত্যু

author img

By

Published : Mar 6, 2021, 7:59 PM IST

Updated : Mar 6, 2021, 9:14 PM IST

তিনিচুকীয়া, 6 মাৰ্চ : শনিবাৰে 122 নং তিনিচুকীয়া বিধানসভা সমষ্টিত সংঘটিত হৈছে মৰ্মান্তিক ঘটনা ৷ প্ৰাৰ্থী সঞ্জয় কিষান নিজ গৃহ সমষ্টিত উপস্থিত হোৱাৰ পাচতে আনন্দত মতলীয়া এজন কৰ্মী হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ মাটিত ঢলি পৰে ৷

হৃদৰোগত আক্ৰান্ত হৈ সঞ্জয় কিষানৰ দলীয় কৰ্মীৰ মৃত্যু

বিজেপিৰ দলীয়-কৰ্মীসকলে সঞ্জয় কিষানক উষ্ম আদৰণি জনোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা ৷ ব্যক্তিজনক ততাতৈয়াকৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷

জানিব পৰা মতে, মৃত ব্যক্তিজন মাকুম অঞ্চলৰ টেঙাপানী গাঁৱৰ বাসিন্দা জয় প্ৰকাশ শ্বাহ ৷ সমগ্ৰ ঘটনাক লৈ এতিয়া শোকৰ ছাঁ পৰিছে অঞ্চলটোত ৷

লগতে পঢ়ক : মহিলা বিষয়াই পৰিচালনা কৰিব কৰিমগঞ্জৰ নিৰ্বাচন !

Last Updated : Mar 6, 2021, 9:14 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.