ETV Bharat / city

শুদ্ধ নাগৰিকপঞ্জীৰ দাবীত হিন্দু জাগৰণ মঞ্চৰ প্ৰতিবাদ

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ আসোঁৱাহ দূৰ কৰাৰ দাবীত তিনিচুকীয়াত হিন্দু জাগৰণ মঞ্চৰ প্ৰতিবাদ ৷ খিলঞ্জীয়া মানুহক অযথা হাৰাশাস্তি কৰাৰ অভিযোগেৰে দেশৰ মহাপঞ্জীয়কলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ ৷

শুদ্ধ নাগৰিকপঞ্জীৰ দাবীত হিন্দু জাগৰণ মঞ্চৰ প্ৰতিবাদ
author img

By

Published : Aug 17, 2019, 6:42 PM IST

তিনিচুকীয়া,17 আগষ্টঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ আসোঁৱাহ দূৰ কৰি এখন শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুতকৰণৰ দাবীৰে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে হিন্দু জাগৰণ মঞ্চই ৷ ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত পুনৰীক্ষণৰ প্ৰক্ৰিয়া চলি আছে যদিও পুনৰীক্ষণ প্ৰক্ৰিয়াত প্ৰকৃত বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰি বিদেশী নাগৰিকৰ নাম অন্তৰ্ভুক্ত কৰাৰ সন্দেহ প্ৰকাশ কৰে সংগঠনটোৱে ৷ ইয়াৰ উপৰি এই পুনৰীক্ষণ প্ৰক্ৰিয়াত খিলঞ্জীয়া মানুহক অযথা হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ তুলি এখন শুদ্ধ নাগৰিক পঞ্জী প্ৰকাশ কৰিবলৈ দাবী জনাই দেশৰ মহাপঞ্জীয়কলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে হিন্দু জাগৰণ মঞ্চই ৷

Intro:STORY:-তিনিচুকীয়াত হিন্দু জাগৰণ মঞ্চৰ প্ৰতিবাদ

OC/VO:-ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পাব চলিত মাহৰ ৩১ আগষ্টত। ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত পুন নিৰীক্ষণৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে শনিবাৰে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত হিন্দু জাগৰণ মঞ্চই পুননিৰীক্ষণ প্ৰক্ৰিয়াত কেতবোৰ আসোৱাহ থকাৰ বিষয়ে অভিযোগ তুলি এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠন টোৱে তোলা অভিযোগ অনুসৰি পুননিৰীক্ষণ প্ৰক্ৰিয়াত প্ৰকৃত বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰি বিদেশী নাগৰিকৰ নাম অন্তৰ্ভুক্ত কৰাৰ সন্দেহ প্ৰকাশ কৰে। ইয়াৰ উপৰি নিৰীক্ষণ প্ৰক্ৰিয়াত খিলঞ্জীয়া মানুহক অযথা হাৰাশাস্তি কৰাৰ গুৰুত্বৰ অভিযোগ তুলি এখন শুদ্ধ নাগৰিক পঞ্জী প্ৰকাশ কৰিবলৈ দাবী জনাইছে সংগঠন টোৱে। ধৰ্ণা কাৰ্যসূচীৰ অন্তত দেশৰ মহাপঞ্জীয়কলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে হিন্দু জাগৰণ মঞ্চই।

Body:BYET:-নেতা,হিন্দু জাগৰণ মঞ্চ

Conclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.