ETV Bharat / city

বুটমাহত বিষক্ৰিয়া হৈ মৃত্যু এটি শিশুৰ

author img

By

Published : Jun 11, 2019, 4:09 PM IST

শদিয়াত বুটমাহত বিষক্ৰিয়া হৈ মনু পেগু নামৰ এটি শিশু মৃত্যুমুখত পৰে

আচলপাৰা কাণ্ডৰ লগত জড়িত তিনিজনক গ্ৰেপ্তাৰ

শদিয়া,১১জুন : শদিয়াত বুটমাহত বিষক্ৰিয়া হৈ মৃত্যু এটি শিশুৰ। শিশুটিৰ নাম মনু পেগু। উল্লেখ্য যে, যোৱা ৭ জুনত অমৰপুৰৰ জিতেন কুটুম নামৰ এগৰাকী ব্যক্তিৰ ঘৰত নাম-কীৰ্তন আয়োজন কৰা হৈছিল। শতাধিক লোকে এই নাম-কীৰ্তনৰ বুটমাহৰ প্ৰসাদ খাই অসুস্থ হৈ পৰিছিল । অসুস্থ হৈ পৰা লোকসকলক প্ৰথমে চাপাখোৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও বেছিকৈ অসুস্থ হৈ পৰাত তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। ইয়াৰ পাছত শিশুটি অধিক অসুস্থ হৈ পৰাত ততাতৈয়াকৈ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও মৃত্যুমুখত পৰে শিশুটি।

বুটমাহত বিষক্ৰিয়া হৈ নিহত এটি শিশু

Intro:শদিয়াত বুটমাহ খাই চিকিৎসাধীন হৈ থকা শিশুৰ মৃত্যু

শদিয়া : শদিয়া অমৰপুৰ গাওঁত যোৱা ৭ তাৰিখে জিতেন কুটুম নামৰ ব্যক্তিজনৰ ঘৰৰ শ্ৰাদ্ধত বুটমাহ খাই গুৰুতৰভাবে অসুস্থ হোৱা এটি শিশু মৃ্ত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ মনু পেগু(6) নামৰ শিশুটিয়ে বুটমাহ খাই অসুস্থ হৈ পৰাত প্ৰথমে চাপাখোৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও বেছিকৈ অসুস্থ হৈ পৰাত তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ তাতো শিশুটি অতি সংকটজনক হৈ পৰাত ততাতৈয়াকৈ ডিব্ৰুগড় মেডিকেলত নিয়া হয় যদিও মৃত্যু মুখত পৰে শিশুটি ৷ চিকিৎসকে বহু কষ্ট কৰিও শিশুটি বছাব নোৱাৰিলে বুলি জানিবলৈ দিছে ৷ উল্লেখ্য উক্ত দিনা বুটমাহত বিষক্ৰিয়া হৈ প্ৰথমে চল্লিশ জন, তাৰ পিছত অসুস্থৰ সংখ্যা ৬৫জনলৈ বৃদ্ধি পাইছিল ৷ বুটমাহ খাই অসুস্থ হৈ পৰা বেছিসংখ্যক শিশু বৰ্তমানেও সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷ ঘটনাটো উচ্চ পৰ্যায়ৰ তদন্তৰ লগতে দুষীক উচিত শাস্তীৰ দাবী জনাইছে শদিয়াবাসীয়ে ৷Body:NoConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.