ETV Bharat / city

মহাসপ্তমীৰ নিশা তিনিচুকীয়াত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল

author img

By

Published : Oct 24, 2020, 7:56 AM IST

মহাসপ্তমীৰ নিশা মা দূৰ্গাৰ আশীষ ল'বলৈ উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

Chief Minister Attended at Tinsukia
মহাসপ্তমীৰ নিশা তিনিচুকীয়াত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

তিনিচুকীয়া, 24 অক্টোবৰঃ ৰাজ্যত কৰ'ণা মহামাৰীৰ মাজতেই অনুষ্টুপীয়াকৈ হ'লেও দুৰ্গা পূজাৰ আনন্দ লোৱাত ব্যস্ত ৰাজ্যবাসী ৷ সমান্তৰালকৈ তিনিচুকীয়াৰ আইন মহাবিদ্যালয় সমীপত থকা কালিদাস দাহাল বাবা মন্দিৰতো উদযাপন কৰা হৈছে দুৰ্গা পূজা ৷

ইফালে তিনিচুকীয়াৰ কালিদাস দাহাল বাবা মন্দিৰত মহাসপ্তমীৰ নিশা দুৰ্গা দেবী তথা দাহাল বাবাৰ আশীষ ল'বলৈ উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । প্ৰতি বছৰে দাহাল বাবাৰ আশীষ লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে মন্দিৰটো দৰ্শন কৰে । মুখ্যমন্ত্ৰী সোণোৱালে তিনিচুকীয়াত উপস্থিত হৈ সকলোকে পূজাৰ সময়ত ক'ভিড প্ৰট'কল মানি চলিবলৈ আহ্বান জনোৱাৰ লগতে সকলো ৰাইজকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰে ।

লগতে পঢ়ক- নলবাৰীতো অনুষ্টুপীয়াকৈ আয়োজন দুৰ্গা পূজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.