ETV Bharat / city

নামপঙৰ গভীৰ অৰণ্যত সেনা-আৰক্ষীৰ ব্যাপক উগ্ৰপন্থী বিৰোধী অভিযান

author img

By

Published : Mar 3, 2022, 3:05 PM IST

Updated : Mar 3, 2022, 3:55 PM IST

অৰুণাচলৰ বনাঞ্চলত সেনা-আৰক্ষীৰ ব্যাপক উগ্ৰপন্থী বিৰোধী অভিযান (Army operation against extremist in Arunachal)৷ উজনি অসমৰ আৰক্ষী উপ-মহাপৰিদৰ্শক জিৎমল দলেৰ নেতৃত্বত চলিছে এই অভিযান ৷ আলফাৰ এটা সাতজনীয়া দলৰ বিৰুদ্ধে চলিছে অভিযান (Operation against ULFA)৷

operation against ULFA at nampong
operation against ULFA at nampong

তিনিচুকীয়া, 3 মাৰ্চ : অৰুণাচলৰ নামপঙৰ গভীৰ অৰণ্যত সেনা-আৰক্ষীৰ ব্যাপক উগ্ৰপন্থী বিৰোধী অভিযান (Army operation against extremist in Arunachal)৷ ম্যানমাৰৰ আলফা স্বাধীনৰ শিৱিৰৰ পৰা নামি অহা আলফাৰ এটা সাতজনীয়া দলৰ বিৰুদ্ধে চলিছে অভিযান (Operation against ULFA)৷ উজনি অসমৰ আৰক্ষী উপ-মহাপৰিদৰ্শক জিৎমল দলেৰ নেতৃত্বত চলিছে এই অভিযান ৷ দলটোৰ সদস্য ধনী অসমে ইতিমধ্যে আত্মসমৰ্পণ কৰিছে তিনিচুকীয়া আৰক্ষীৰ ওচৰত (ULFA cadre surrenders in Tinsukia)৷

operation against ULFA at nampong
সেনা-আৰক্ষীৰ ব্যাপক উগ্ৰপন্থী বিৰোধী অভিযান

ধনী অসমে আত্মসমৰ্পণ কৰাৰ পিছত সাত জনীয়া দলটো ছেদেলি ভেদেলি হৈছিল ঘন জংঘলত ৷ দলটোত আছিল কেপ্তেইন মৃগাংক অসম, ধনী অসম, জ্ঞান অসম, ইয়াংকু অসম, জাগৰণ অসম আৰু দুগৰাকী NSCN(KYA)ৰ সদস্য ৷ এই মূহুৰ্তত আন এগৰাকী সদস্য জাগৰণ অসমে আত্মসমৰ্পণ কৰিছে অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক জিৎমল দলেৰ ওচৰত ৷

আত্মসমৰ্পণ কৰা জাগৰণ অসমৰ পৰা আৰক্ষীয়ে এটা MQ 81 ৰাইফলসহ তিনিটা মেগজিন আৰু ১৪৮ জাঁই সজীৱ গুলী উদ্ধাৰ ৷

লগতে পঢ়ক : উজনিত পুনৰ আত্মসমৰ্পণ আলফা সদস্যৰ

Last Updated : Mar 3, 2022, 3:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.