ETV Bharat / city

ডুমডুমাত মহিলা কংগ্ৰেছৰ সাধাৰণ সভা - ডুমডুমা

ডুমডুমাত মহিলা কংগ্ৰেছৰ ৰাজ্যিক সভানেত্ৰী নন্দিতা দাসৰ উপস্থিতিত এখন সাধাৰণ সভা অনুস্থিত হয়। সভাখনত বিজেপি চৰকাৰক তীব্ৰ কটাক্ষ কৰে সভানেত্ৰী নন্দিতা দাসে ৷

CONGRESS MEETING IN DUMDUMA
ডুমডুমাত মহিলা কংগ্ৰেছৰ সাধাৰণ সভা
author img

By

Published : Dec 8, 2020, 11:37 AM IST

ডুমডুমা,8 ডিচেম্বৰঃ আগন্তুক 2021 চনৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি কংগ্ৰেছ দলে সাংগঠনিক দিশ মজবুত কৰাৰ উদ্দেশ্যে ইতিমধ্যে আৰম্ভ কৰিছে নিৰ্বাচনী ৰণ কৌশল । বিশেষকৈ তিনিচুকীয়া জিলাত কংগ্ৰেছৰ দখলত থকা একমাত্ৰ সমষ্টি ডুমডুমাৰ দূৰ্গ ৰক্ষা কৰাৰ বাবে বিধায়ক দূৰ্গা ভূমিজ আৰু কংগ্ৰেছ দলৰ নেতা-পালি নেতাসকলে অপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে ।

ডুমডুমাত মহিলা কংগ্ৰেছৰ সাধাৰণ সভা

সোমবাৰে ডুমডুমা ৰাজীৱ ভৱনত কাকপথাৰ ব্লক মহিলা কংগ্ৰেছৰ এখন সাধাৰণ সভা অনুস্থিত হয় ৷ উক্ত সভাখনত উপস্থিত থাকে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী নন্দিতা দাস ৷ সভানেত্ৰীগৰাকীয়ে বিজেপি চৰকাৰখনক সমালোচনা কৰাৰ লগতে সমষ্টিটোৰ মহিলা কংগ্ৰেছৰ কৰ্মীসকলক আগন্তুক নিৰ্বাচনৰ বাবে সষ্টম হৈ থাকিবলৈ আহ্বান জনায় । সভাত বিধায়ক দূৰ্গা ভূমিজৰ লগতে শতাধিক মহিলা কংগ্ৰেছৰ সদস্য-সদস্যা উপস্থিত থাকে।

লগতে পঢ়ক-আঙুৰলতা ডেকাক অশালীন মন্তব‍্য কৰি ক্ষমা বিচাৰিলে কমল সিং নাৰ্জাৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.