ETV Bharat / city

শোণিতপুৰত প্ৰথমজন কৰ'ণাত আক্ৰান্ত, ৰাজ্যত আক্ৰান্তৰ সংখ্যা 95 - One person from Sonitpur has tested covid-19 positive

ৰাজ্যত আক্ৰান্তৰ সংখ্যা 95 জনলৈ বৃদ্ধি পাইছে ৷ আনহাতে, 41 জন লোক আৰোগ্য হৈ উঠাৰ পৰিৱৰ্তে মৃত্যু হৈছে দুজন লোকৰ ৷

ৰাজ্যত আক্ৰান্তৰ সংখ্যা 95
শোণিতপুৰত প্ৰথমজন কৰ'ণাত আক্ৰান্ত
author img

By

Published : May 17, 2020, 8:16 AM IST

Updated : May 17, 2020, 2:37 PM IST

তেজপুৰ, 17 মে' : কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে শোণিতপুৰ জিলাৰ প্ৰথমজন লোক ৷ লোকজন বিশ্বনাথ জিলাৰ বলিজুৰিৰ তক গয়াৰী (60) বুলি জানিব পৰা গৈছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইট যোগে প্ৰকাশ কৰে এই কথা ৷

ৰাজ্যত আক্ৰান্তৰ সংখ্যা 95
শোণিতপুৰত প্ৰথমজন কৰ'ণাত আক্ৰান্ত

ইয়াৰোপৰি, গুৱাহাটীত পুনৰ আক্ৰান্ত হৈছে দুজন লোক ৷ আনহাতে, শিৱসাগৰত আক্ৰান্ত হৈছে এজন লোক ৷ এই লোকজন যোৰহাট কোৱাৰান্টাইন চেন্টাৰত আছিল বুলি জানিব পৰা গৈছে ৷

  • Alert ~ One young boy from Sibsagar test #COVID19 positive. He is at present in our Jorhat Quarantine Centre

    ↗️Total cases 95
    ↗️Recovered 41
    ↗️Active cases 50
    ↗️Deaths 2
    ↗️Migrated 2

    Update 2.33 am/May 17#AssamCovidCount

    — Himanta Biswa Sarma (@himantabiswa) May 16, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ ফলত ৰাজ্যত আক্ৰান্তৰ সংখ্যা 95 জনলৈ বৃদ্ধি পাইছে ৷ আনহাতে, 41 জন লোক আৰোগ্য হৈ উঠাৰ পৰিৱৰ্তে মৃত্যু হৈছে দুজন লোকৰ ৷

Last Updated : May 17, 2020, 2:37 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.