ETV Bharat / city

চাৰিদুৱাৰৰ বনাঞ্চলত বনজুই

author img

By

Published : Apr 7, 2021, 7:44 PM IST

শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ বনাঞ্চলত জুইৰ সূত্ৰপাত । চোৰাং কাঠ সৰবৰাহৰ উদ্দেশ্যৰে উক্ত ঘটনাটো সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ ৷

চাৰিদুৱাৰৰ বনাঞ্চলত বনজুই
চাৰিদুৱাৰৰ বনাঞ্চলত বনজুই

তেজপুৰ,7 এপ্ৰিল: শোণিতপুৰ জিলাৰ বালিপৰা সংৰক্ষিত বনাঞ্চলত কোনো দুৰ্বৃত্তই জুই লগাই দিয়াৰ আংশকা প্ৰকাশ কৰা হৈছে ৷ সোমবাৰে নিশা সূত্ৰপাত হোৱা জুইৰ লেলিহান শিখাই সম্প্ৰতি আৱৰি ধৰিছে সমগ্ৰ বনাঞ্চল ।

চাৰিদুৱাৰৰ বনাঞ্চলত বনজুই

কোনো অচিনাক্ত দুৰ্বৃত্তই চোৰাং কাঠ সৰবৰাহৰ উদ্দেশ্যৰে উক্ত ঘটনাটো সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় বাসিন্দাসকলে ৷ বন বিভাগৰ কৰ্মীসকলৰ তৎপৰতাত পলমকৈ হ’লেও নিৰ্বাপিত হয় জুই ৷

লগতে পঢ়ক : থানেলৈ অনা হ‘ল শচীন ৱেজক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.