ETV Bharat / city

ঢেকীয়াজুলিত পানী যোগান আঁচনিৰ নামত ৰামঠগন - পানী যোগান আঁচনি

চাৰিবছৰেও সম্পূৰ্ণ নহ'ল পানী যোগান আচঁনিৰ কাম

চাৰিবছৰেও সম্পূৰ্ণ নহ'ল ঢেকীয়াজুলিত পানী যোগান আচঁনিৰ কাম
author img

By

Published : Mar 26, 2019, 5:48 PM IST

তেজপুৰ,26 মাৰ্চঃ তেজপুৰ লোকসভা সমষ্টিৰ ঢেকীয়াজুলিত উন্নয়নৰ ফোঁপোলাস্বৰূপ ৷ ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ কেহেৰুখুন্দাত থকা এটা বৃহৎ পানী যোগান আচঁনিৰ দুৰৱস্থা । বিগত কংগ্ৰেছ চৰকাৰৰ দিনতে আৰম্ভ হোৱা এক পানী যোগান আচঁনিৰ কাম বৰ্তমানেও সম্পূৰ্ণ হৈ উঠা নুঠাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

চাৰিবছৰেও সম্পূৰ্ণ নহ'ল ঢেকীয়াজুলিত পানী যোগান আচঁনিৰ কাম

উল্লেখযোগ্য যে আঁচনিখনৰ বাবে বহু লক্ষাধিক টকাৰ অনুমোদন দিছিল চৰকাৰে। কিন্তু আচঁনিখনৰ বাবদ প্ৰকৃততে কিমান টকা ধার্য কৰা হৈছে সেয়াও বিগত চাৰি বছৰ ধৰি নাজানে অঞ্চলবাসীয়ে ৷ মাথো মাজে সময়ে আচঁনিখনৰ তদাৰক কৰিবলৈ অঞ্চলটোত বিষয়ববীয়াসকল উপস্থিত হয় যদিও বৰ্তমানেও আচঁনিৰ ফলত এটুপিও পানী নাপালে অঞ্চলবাসীয়ে ৷

Intro:সমাগত দেশৰ সাধাৰণ নির্বাচন । তৎপৰতা বাঢ়িছে বিভিন্ন ৰাজনৈতিক দলৰ।কিন্তু ৰাইজৰ সমস্যা সমস্যা হৈয়ে থাকিল। তেজপুৰ লোকসভা সভা সমষ্টিৰ ঢেকীয়াজুলিত উন্নয়ণৰ ফোঁপোলাস্বৰূপ।এইয়া ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ কেহেৰুখুন্দাত থকা এটা বৃহৎ পানী যোগান আচঁনি । ৰাইজৰ অভিযোগনুসৰি বিগত কংগ্ৰেছৰ চৰকাৰৰ দিনতে এই পানী যোগান আচঁনিখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল যদিও আজিকোপতি সম্পূৰ্ণ নহ'ল উক্ত আচঁনিখন। উল্লেখযোগ্য যে আঁচনি খনৰ বাবে বহু লক্ষাধিক টকাৰ অনুমোদন দিয়া হৈছিল। কিন্তু আচঁনিৰখনৰ প্ৰকৃততে কিমান টকা ধার্য কৰা হৈছে সেয়া অঞ্চলবাসীয়ে ভুকে নাপায়।বিগত চাৰি বছৰ ধৰি উক্ত আচঁনিখনৰ নিৰ্মাণ চলিয়ে আছে কিন্তু অঞ্চলবাসীয়ে আজিলৈকে নাপালে এটুপি পানী। মাজে সময়ে আচঁনিখনৰ তদাৰকত থকা বিষয়- ববীয়াসকল আহি চাইহে যায় কিন্তু সম্পূৰ্ণ কৰাৰ নামহে নলয়। এইয়াই উন্নয়ণ। উন্নয়ণৰ নামত কেৱল বোকা ছটিওৱাৰ ৰাজনীতিহে । প্ৰকৃততে উন্নয়ণ কিমান হৈছে এনেবোৰ দৃশ্যই প্ৰমান কৰে।

অমল নাথ, ঢেকিয়াজুলি ।Body:সমাগত দেশৰ সাধাৰণ নির্বাচন । তৎপৰতা বাঢ়িছে বিভিন্ন ৰাজনৈতিক দলৰ।কিন্তু ৰাইজৰ সমস্যা সমস্যা হৈয়ে থাকিল। তেজপুৰ লোকসভা সভা সমষ্টিৰ ঢেকীয়াজুলিত উন্নয়ণৰ ফোঁপোলাস্বৰূপ।এইয়া ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ কেহেৰুখুন্দাত থকা এটা বৃহৎ পানী যোগান আচঁনি । ৰাইজৰ অভিযোগনুসৰি বিগত কংগ্ৰেছৰ চৰকাৰৰ দিনতে এই পানী যোগান আচঁনিখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল যদিও আজিকোপতি সম্পূৰ্ণ নহ'ল উক্ত আচঁনিখন। উল্লেখযোগ্য যে আঁচনি খনৰ বাবে বহু লক্ষাধিক টকাৰ অনুমোদন দিয়া হৈছিল। কিন্তু আচঁনিৰখনৰ প্ৰকৃততে কিমান টকা ধার্য কৰা হৈছে সেয়া অঞ্চলবাসীয়ে ভুকে নাপায়।বিগত চাৰি বছৰ ধৰি উক্ত আচঁনিখনৰ নিৰ্মাণ চলিয়ে আছে কিন্তু অঞ্চলবাসীয়ে আজিলৈকে নাপালে এটুপি পানী। মাজে সময়ে আচঁনিখনৰ তদাৰকত থকা বিষয়- ববীয়াসকল আহি চাইহে যায় কিন্তু সম্পূৰ্ণ কৰাৰ নামহে নলয়। এইয়াই উন্নয়ণ। উন্নয়ণৰ নামত কেৱল বোকা ছটিওৱাৰ ৰাজনীতিহে । প্ৰকৃততে উন্নয়ণ কিমান হৈছে এনেবোৰ দৃশ্যই প্ৰমান কৰে।

অমল নাথ, ঢেকিয়াজুলি ।Conclusion:সমাগত দেশৰ সাধাৰণ নির্বাচন । তৎপৰতা বাঢ়িছে বিভিন্ন ৰাজনৈতিক দলৰ।কিন্তু ৰাইজৰ সমস্যা সমস্যা হৈয়ে থাকিল। তেজপুৰ লোকসভা সভা সমষ্টিৰ ঢেকীয়াজুলিত উন্নয়ণৰ ফোঁপোলাস্বৰূপ।এইয়া ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ কেহেৰুখুন্দাত থকা এটা বৃহৎ পানী যোগান আচঁনি । ৰাইজৰ অভিযোগনুসৰি বিগত কংগ্ৰেছৰ চৰকাৰৰ দিনতে এই পানী যোগান আচঁনিখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল যদিও আজিকোপতি সম্পূৰ্ণ নহ'ল উক্ত আচঁনিখন। উল্লেখযোগ্য যে আঁচনি খনৰ বাবে বহু লক্ষাধিক টকাৰ অনুমোদন দিয়া হৈছিল। কিন্তু আচঁনিৰখনৰ প্ৰকৃততে কিমান টকা ধার্য কৰা হৈছে সেয়া অঞ্চলবাসীয়ে ভুকে নাপায়।বিগত চাৰি বছৰ ধৰি উক্ত আচঁনিখনৰ নিৰ্মাণ চলিয়ে আছে কিন্তু অঞ্চলবাসীয়ে আজিলৈকে নাপালে এটুপি পানী। মাজে সময়ে আচঁনিখনৰ তদাৰকত থকা বিষয়- ববীয়াসকল আহি চাইহে যায় কিন্তু সম্পূৰ্ণ কৰাৰ নামহে নলয়। এইয়াই উন্নয়ণ। উন্নয়ণৰ নামত কেৱল বোকা ছটিওৱাৰ ৰাজনীতিহে । প্ৰকৃততে উন্নয়ণ কিমান হৈছে এনেবোৰ দৃশ্যই প্ৰমান কৰে।

অমল নাথ, ঢেকিয়াজুলি ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.