ETV Bharat / city

তেজপুৰত উত্তপ্ত পৰিস্থিতি : এ বি ভি পিয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ - চূড়ান্ত তালিকাৰ প্ৰকাশৰ বাবে মাজত আছে মাত্ৰ ৯ টা দিন

এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি) প্ৰস্তুতৰে অসমৰ খিলঞ্জীয়াক সুৰক্ষিত কৰাৰ দাবীৰে তেজপুৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সাব্যস্ত কৰে প্ৰতিবাদ ৷

তেজপুৰত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Aug 21, 2019, 2:24 PM IST

তেজপুৰ,২১ আগষ্ট: অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ এ বি ভি পিৰ তেজপুৰ শাখাই বুধবাৰে তেজপুৰত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ নাগৰিক পঞ্জীৰ উন্নতিকৰণৰ ক্ষেত্ৰত কিছু আসোঁৱাহ যুক্ত আৰু অশুদ্ধ নাগৰিক পঞ্জীৰ প্ৰস্তুত হ'বলৈ গৈ আছে বুলি দাবী জনায় সংগঠনটোৱে সাব্যস্ত কৰে প্ৰতিবাদ ৷ এখন শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুতৰে অসমৰ খিলঞ্জীয়াক সুৰক্ষিত কৰাৰ দাবীৰ লগতে,অন্যথা অসম বাংলাদেশ হ'বলৈ গৈ আছে বুলিও অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ প্ৰতিবাদকাৰীসকলৰ মত- উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নতিকৰণ বাবে প্ৰাম্ভিক পৰ্যায়ত (আবেদন কৰাৰ সময়ত) আৰু আবেদন পত্ৰ পৰীক্ষা কৰাৰ সময়ত প্ৰতিটো পৰিয়ালৰ ওচৰলৈ গৈ কাম কৰা নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে ৷ কিন্তু ৰাজ্যৰ কোনো এখন ঠাইত এই পৰীক্ষা সম্পূৰ্ণ নকৰিলে এন আৰ চিৰ কেন্দই ৷

তেজপুৰত উত্তপ্ত পৰিস্থিতি

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নতিৰ চূড়ান্ত তালিকা প্ৰকাশৰ বাবে মাজত আছে মাত্ৰ ৯ টা দিন ৷

Intro:তেজপুৰ,২১ আগষ্ট: এইবাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে চমুকৈ এ বি ভি পি য়ে আঙুলিয়াইছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অসমৰ সমন্বয়ক প্ৰতীক হাজেলাক ।
এখন শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুতৰে অসমৰ খিলঞ্জীয়াক সুৰক্ষিত কৰাৰ দাবী কৰে, অন্যথা অসম বাংলাদেশ হব বুলি অভিযোগ কৰি আজি তেজপুৰত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

Body:অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিসদৰ তেজপুৰ শাখাই আজি এই নাগৰিক পঞ্জীৰ উন্নতিকৰণ ক্ষেত্ৰত কিছু আসোঁৱাহ যুক্ত আৰু অশুদ্ধ নাগৰিক পঞ্জিৰ প্ৰস্তুত হবলৈ গৈ আছে বুলি দাবী জনায় ।
তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে যে উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ৰ উন্নতিকৰণ বাবে প্ৰম্ভিক পৰ্য্যায়ত (আবেদন কৰাৰ সময়ত) আৰু আবেদন পত্ৰ পৰীক্ষা কৰাৰ সময়ত প্ৰতিটো পৰিয়ালৰ ওচৰলৈ গৈ কাম কৰা নিৰ্দেশ দিছিল । কিন্তু ৰাজ্যৰ কতো পৰিয়াল ভিত্তিক পৰীক্ষা কৰা নহল, আৰু ইয়াৰ প্ৰকৃত ৰহস্য কি বুলি প্ৰশ্ন কৰে বিদ্যাৰ্থী পৰিসদৰ ৰাজ্যিক সম্পাদিকা চন্দ্ৰমিকা কলিতাই ।
Bite: চন্দ্ৰমিকা কলিতাই ।

Conclusion:উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নতিৰ প্ৰক্ৰিয়াটোৰ ইতিমধ্যেই সমাপ্তিৰ দিশত মাজত মাত্ৰ ৯ টা দিন চূড়ান্ত তালিকাৰ প্ৰকাশ ৰ বাবে ।এই সময় চোৱাত এটা ৰাষ্ট্ৰীয় শিক্ষাৰ্থী সংগঠনে দাবী উত্থাপন কৰা কাৰ্যক তাৎপৰ্য বহন কৰিছে ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
২১/৮/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.