ETV Bharat / city

আমগুৰিবাসী ৰাইজৰ দুৰ্দশা : নিৰ্মাণ নহ'ল পথ - গৌৰীসাগৰ উন্নয়ন খণ্ড

আমগুৰি সমষ্টিৰ হাফলুটিং গাঁও পঞ্চায়তৰ কৈৱৰ্ত্ত গাঁৱৰ পথৰ দুৰৱস্থা । বোকাময় পথে জ্বলা ক'লা খোৱাইছে গাঁৱবাসীক ।

সমাগত নিৰ্বাচন নিৰ্মাণ নহ'ল পথ, আমগুৰি সমষ্টিত ৰাইজৰ দুৰ্দশা

author img

By

Published : Sep 20, 2020, 11:02 AM IST

আমগুৰি, 20 ছেপ্টেম্বৰ : আমগুৰি সমষ্টিত গাঁও পঞ্চায়তৰ বিকাশৰ এক নমুনা । গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তগত হাফলুটিং গাঁও পঞ্চায়তৰ এটা পথ । বোকাময় পথটিয়ে এতিয়া জ্বলা ক'লা খোৱাইছে পথচাৰীক । পথটিৰ দুৰৱস্থাৰ বাবে গাঁৱত নোসোমায় এম্বুলেন্স অথবা অন্য বাহন ।

সমাগত নিৰ্বাচন নিৰ্মাণ নহ'ল পথ, আমগুৰি সমষ্টিত ৰাইজৰ দুৰ্দশা

পঞ্চায়ত কাৰ্য্যালয়ৰ পৰা মাত্ৰ কেই মিটাৰমান আঁতৰত অৱস্থিত হাফলুটিং কৈৱৰ্ত্ত গাঁৱৰ এই পথটি মেৰামতিৰ বাবে আজিও চকু নপৰিল পঞ্চায়ত প্ৰতিনিধিৰ । মেৰামতিৰ নামত কেতিয়াবা কেইগাড়ীমান শিল দিয়েই দায়িত্ব সামৰে পঞ্চায়ত প্ৰতিনিধিয়ে ।

গাঁওবাসীয়ে কেতিয়াবা নিজা খৰচত পথটি মেৰামতি কৰে যদিও সেয়া পৰ্যাপ্ত নহয় । এতিয়া হাফলুটিং পঞ্চায়তৰ উন্নয়ন আৰু বিকাশে এনেদৰেই জ্বলা ক'লা খোৱাইছে আঞ্চলবাসীক । স্থানীয় লোকে শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ সমষ্টিৰ বিধায়কক আহ্বান জনাইছে ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীসকলৰ সৈতে ক’ভিড সন্দৰ্ভত বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.