ETV Bharat / city

আমগুৰিত অনাময় আৰু তাৰাপাম্প আঁচনিৰ শুভাৰম্ভ

author img

By

Published : Dec 7, 2020, 1:22 PM IST

আমগুৰি লালিম চাপৰি গাঁও পঞ্চায়তত অনাময় আৰু তাৰাপাম্প আঁচনিখনৰ আজি শুভাৰম্ভ কৰে ৷ তাৰোপৰি লালিম চাপৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত মাজৰ চুকতো অনাময় আঁচনিৰ ৩ লাখ ৫০ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কামৰো আজি শুভাৰম্ভনী কৰা হয় ৷

A_Amg_801_803_7_Dec_Construction Bigin_IMG
আমগুৰিত অনাময় আৰু তাৰাপাম্প আঁচনিৰ শুভাৰম্ভ

আমগুৰি, ৭ ডিচেম্বৰঃ শিৱসাগৰ জিলাৰ আমগুৰি লালিম চাপৰি গাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগৰ উন্নয়ণ পুজিৰে অনাময় আৰু তাৰাপাম্প আঁচনিৰ শুভাৰম্ভ কৰে ৷ উক্ত আঁচনিখন শুভাৰম্ভ কৰে গাঁও পঞ্চায়তৰ সভাপতি শশাংক গগৈয়ে ৷

তাৰোপৰি লালিম চাপৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত মাজৰ চুকতো অনাময় আঁচনিৰ ৩ লাখ ৫০ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কামৰো আজি শুভাৰম্ভনী কৰা হয় ৷ ইফালে ৬ নং ৱাৰ্ডৰ শিৱ মন্দিৰৰ চৌপাশত হ'বলগীয়া তাৰাপাম্প আঁচনিখনৰ কামৰ শুভাৰম্ভ কৰে জিলা পৰিষদৰ সদস্যা লিপি দত্ত আৰু আমগুৰি আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ধৰ্মলতা গোহাইয়ে।

লগতে পঢ়ক-গোৱালপাৰাত ৰাইজৰ দলৰ সাধাৰণ সভা অনুষ্ঠিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.